ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 13, 2022, 9:09 AM IST

পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

Top 10 at 9 am
পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

Student murdered in Delhi: ৰাখী বন্ধন উপলক্ষে ভনীয়েকলৈ মিঠাই আনিবলৈ যাওতেই হত্যা

ভগ্নীৰ হাতৰ পৰা ৰাখী পিন্ধি ককায়েক যুৱৰাজে মিঠাই আনিবলৈ বুলি ঘৰৰ সমীপৰে এখন মিঠাইৰ দোকানলৈ গৈছিল ৷ কিন্তু ঘৰলৈ ঘূৰি আহিল যুৱৰাজৰ তেজেৰে লুতুৰি-পুতুৰি হৈ থকা নিঠৰ দেহ (Youth murder over love affair in Delhi)) ৷

Rameswar Teli urges to hoist national flag ভাৰতবৰ্ষক ভালপোৱা সকলোকে জাতীয় পতাকা উৰুৱাবলৈ আহ্বান মন্ত্ৰী তেলীৰ

মৰাণত ঘৰে ঘৰে ত্ৰিৰংগ পতাকা(Har Ghar Tiranga) অনুষ্ঠানত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতবৰ্ষক ভালপোৱা প্ৰতিগৰাকী লোককে ১৫ আগষ্টত ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ জনালে আহ্বান(Rameswar Teli urges to hoist national flag) ।

CM orders suspension: দৰঙৰ SP ASP আৰু ধূলা থানাৰ OC ক নিলম্বনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় (CM orders suspension of Darrang SP) , অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন (CM orders suspension of Darrang ASP) আৰু ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ নিৰ্দেশ দিয়ে (CM orders suspension of Dhula PS OC) ।

Azadi Ka Amrit Mahotsav: ইতিহাসৰ পাতত লুকাই থকা ভাৰত মাতা মন্দিৰৰ গাঁথাৰে...

স্বাধীনতা সংগ্ৰামীসকলৰ দৰে, ভাৰতৰ স্বাধীনতা আন্দোলন শক্তিশালী কৰাত কেইবাটাও স্মাৰকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । এনে এক অনন্য স্মাৰক হৈছে ভাৰত মাতা মন্দিৰ (Role of Bharat Mata mandir in Indias freedom struggle) ৷ য’ত আছে অবিভক্ত ভাৰতৰ এক মাৰ্বলৰ মানচিত্ৰ ৷ তথ্য অনুসৰি, আফগানিস্তান, বেলুচিস্তান, পাকিস্তান, বাংলাদেশ, বাৰ্মা আৰু সিংঘল (বৰ্তমান শ্ৰীলংকা)ক একেখন মানচিত্ৰত সামৰি লোৱা হৈছে । স্বাধীনতা দিৱসৰ এই প্ৰাক সন্ধিক্ষণত স্বাধীনতাৰ ইতিহাসৰ পাতত লুকাই থকা ভাৰত মাতা মন্দিৰৰ গাঁথাৰে আজিৰ এই বিশেষ প্ৰতিবেদন...

Social exclusion in Mangaldoi: সামাজিক সংকীৰ্ণতাৰ বলি এটা পৰিয়াল: গাঁতৰ পৰা মৃতদেহ উলিয়াই সৎকাৰৰ ব্যৱস্থা

অতুল শৰ্মা আছিল ব্ৰাহ্মণ ৷ বিয়া পাতি অনা প্ৰণিতা দেৱী আছিল কোঁচ সম্প্ৰদায়ৰ ৷ সমাজৰ যিকোনো অনুষ্ঠানতে অতুল শৰ্মাৰ পৰিয়ালৰ উপস্থিতি আছিল বৰ্জনীয় ৷

Amir Khan will be in Assam: অসমলৈ আহিব বলীউডৰ তাৰকা আমিৰ খান

স্বাধীনতা দিৱসৰ পিছত অসমলৈ আহিব বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খান ৷ এই কথা আজি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৷

Dispur College defraud case: হৰলুকি হোৱা ধন ঘূৰাই পালে দিছপুৰ মহাবিদ্যালয় কৰ্তৃপক্ষই

দিছপুৰ মহাবিদ্যালয়ৰ হৰলুকি হোৱা ধন ঘূৰাই পালে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ প্ৰতিশ্ৰুতি অনুসাৰে বেংক অব বৰোদা কৰ্তৃপক্ষই তিনিটা কিস্তিত ঘূৰাই দিলে হৰলুকি হোৱা ধনখিনি (Stolen money was recovered to Dispur College authorities) ৷

Minor Girl Kidnapped: টিউশ্যন কৰিবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল কিশোৰী

"মোৰ একমাত্ৰ ছোৱালীজনী উদ্ধাৰ কৰক ৷ মোৰ ছোৱালীজনী বহুত সহজ সৰল ৷ মোৰ ছোৱালীক মই এতিয়াও ভাত খুৱাই দিও ৷ মোৰ ছোৱালীক মোক ঘূৰাই লাগে ৷ তাইক টিউশ্যন কৰিবলৈ যাওঁতে ল’ৰা এটাই জোৰ জবৰদস্তি উঠাই লৈ গৈছে ৷ আমি থানাত অপহৰণৰ গোচৰ ৰুজুও কৰিছিলো ৷ আমাক আজিলৈ কেছ নম্বৰো নিদিলে ৷" কন্যাক বিচাৰি হিয়া ভগা কান্দোন মাতৃৰ (Minor Girl Kidnapped at Kampur)৷

Attempt to Rape case: মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণৰ চেষ্টা দুই লম্পটৰ

কোন দিশে আমাৰ নৱপ্ৰজন্ম ? মাজুলীৰ সংঘটিত হৈছে নিৰ্লজ্জ ঘটনা ৷ মাজুলীৰ কমলাবাৰীৰত মানসিক বিকাৰগ্ৰস্ত এগৰাকী যুৱতী ধৰ্ষণৰ চেষ্টা কৰে দুই লম্পটে (Attempted rape of mentally disturbed girl)৷

Facebook sees massive drop in teen usage: হ্ৰাস পাইছে ফেচবুক ব্যৱহাৰকাৰী কিশোৰ-কিশোৰীৰ সংখ্যা

দিনক দিনে হ্ৰাস পাইছে ফেচবুক ব্যৱহাৰকাৰী কিশোৰ-কিশোৰীৰ সংখ্যা ৷ পিউ ৰিচাৰ্চ চেণ্টাৰে আমেৰিকাৰ কিশোৰ-কিশোৰীসকলৰ ওপৰত কৰা গৱেষণাৰ এক নতুন সমীক্ষাত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য(Facebook sees massive drop in teen usage in last 7 years) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.