ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি - TOP 10 AT 3 PM

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

top-10-at-3-pm
3 বজাৰ 10 টা শীৰ্ষ বাতৰি
author img

By

Published : Nov 3, 2022, 2:59 PM IST

Gujarat Assembly polls 2022 : অহা ডিচেম্বৰত দুটা পৰ্যায়ত গুজৰাটৰ নিৰ্বাচন

অহা ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব গুজৰাটৰ বিধানসভা নিৰ্বাচন (Gujarat assembly election 2022)। ৮ ডিচেম্বৰত ভোটগণনা কৰা হ'ব । বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে সংবাদমেলযোগে নিৰ্বাচনৰ দিন ঘোষণা কৰে ।

Fancy Bazaar Stolen idol recovered: গুৱাহাটীৰ ফাঁচীবজাৰৰ মন্দিৰৰ পৰা চুৰি হোৱা মূৰ্তি উদ্ধাৰ

গুৱাহাটীৰ ফাঁচীবজাৰৰ মন্দিৰৰ পৰা চুৰি হোৱা মূৰ্তি উদ্ধাৰ (Fancy Bazaar Stolen idol recovered) ৷ লগতে গ্ৰেপ্তাৰ হ'ল মূৰ্তি চুৰি কৰা চোৰটোও ৷ মঙলবাৰে গুৱাহাটীৰ ফাঁচীবজাৰৰ গোবিন্দ দেৱ মন্দিৰত সংঘটিত হৈছিল চুৰিকাণ্ড ৷ চোৰে লৈ গৈছিল মন্দিৰৰ কৃষ্ণ মূৰ্তিভাগ ৷

Ayodhya land scam : প্ৰধানমন্ত্ৰীক তদন্তৰ দাবী বিজেপি নেতাৰ

নজুল ভূমি কেলেংকাৰীক লৈ চৰ্চাত আছে ৰাম জন্মভূমি অযোধ্যা (Nazul land scam in Ayodhya)। বিষয়টোক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে প্ৰধানমন্ত্ৰীৰ ওচৰত অভিযোগ দাখিল কৰিলে বিজেপিৰ নেতা ৰজনীশ সিঙে । তেওঁৰ মতে একাংশ স্থানীয় লোকৰ সৈতে মিলি চৰকাৰী বিষয়াসকলে এই কেলেংকাৰী সংঘটিত কৰিছে ।

Bangladeh Jail Killing Day: আজি বাংলাদেশে পালন কৰিছে কাৰাগাৰ হত্যা দিৱস

বাংলাদেশৰ ইতিহাসৰ এটা কলংকিত দিন হৈছে ৩ নৱেম্বৰ (3 November black day of Bangladesh) । কিয়নো ১৯৭৫ চনৰ এই ৩ নৱেম্বৰতে সংঘটিত হৈছিল দেশ কঁপাই যোৱা এক নিৰ্মম আৰু মৰ্মান্তিক হত্যাকাণ্ড । যি হত্য়াকাণ্ড বাংলাদেশৰ ইতিহাসত এক মচিব নোৱাৰা দুৰ্বিষহ স্মৃতি হিচাবে চিৰদিন থাকি যাব । আজিৰ দিনটোতে কাৰাগাৰৰ ভিতৰত হত্যা কৰা হৈছিল বাংলাদেশৰ চাৰিগৰাকীকৈ জাতীয় নায়কক । যাৰ স্মৃতিত প্ৰতিবছৰে বাংলাদেশত ৩ নৱেম্বৰ তাৰিখটো কলংকিত কাৰাগাৰ হত্যা দিৱস হিচাবে পালন কৰা হয় (Bangladesh Jail killing day) ।

Vigilance Awareness Week : প্ৰধানমন্ত্ৰীৰ দুৰ্নীতি নিবাৰণৰ বাৰ্তা

কেন্দ্ৰীয় ভিজিলেন্স আয়োগে (Central Vigilance Commission) জীৱনৰ সকলো ক্ষেত্ৰত অখণ্ডতাৰ বাৰ্তা প্ৰচাৰ কৰাত সকলো অংশীদাৰক একত্ৰিত কৰিবলৈ প্ৰতি বছৰে ভিজিলেন্স সজাগতা সপ্তাহ পালন কৰে (Vigilance Awareness Week) । এই বছৰ এই সপ্তাহ 31 অক্টোবৰৰ পৰা 6 নৱেম্বৰলৈ "এখন উন্নত ৰাষ্ট্ৰৰ বাবে দুৰ্নীতিমুক্ত ভাৰত" শীৰ্ষক বিষয়বস্তুৰে পালন কৰা হৈছে ।

cannabis seized in Tripura: ত্ৰিপুৰাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিয়ামুৰা উপ-সংমণ্ডলৰ অন্তৰ্গত হাৱাইবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ (Ganja seized at Tripura)। আৰক্ষীয়ে ইতিমধ্য়ে এই ঘটনা সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিছে । জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য় এক কোটি টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

এইটো ছ’চিয়েল নেটৱৰ্কিং চাইটে প্ৰকাশ কৰে নগ্নতা, কিন্তু !

ছ’চিয়েল নেটৱৰ্কিং চাইট টাম্বলাৰে আপডেট কৰিছে নিজৰ কমিউনিটি(Tumblr allow nudity) গাইডলাইন, য’ত এই প্লেটফৰ্মত নগ্নতাৰ অনুমতি দিয়া হ'ব, কিন্তু যৌন সুস্পষ্ট ছবিৰ অনুমতি দিয়া নহ'ব ।

Rangia artificial flood : কৃত্ৰিম বানৰ সমস্যাত জৰ্জৰিত ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ ৰাইজ

ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ সাহিত্য সভা পথৰ দুৰৱস্থাই সমস্যাত পেলাইছে ৰাইজক (Road problem in Rangia)। বছৰৰ প্ৰতিটো সময়তে কৃত্ৰিম বানত ডুূবি থাকে পথটো । ফলত শিক্ষাৰ্থী, ৰোগী আৰু আন পথচাৰী অতি বিপদসংকুলভাৱে পাৰ হ'বলগীয়া হয় পথটোৰে । পৌৰসভাৰ হেমাহিৰ বাবে এই সমস্যাত অঞ্চলটোৰ ৰাইজ ।

ৰাধিকা আপ্তেৰ শেহতীয়া ফটোশ্বুটৰ ফটো চাওক

অভিনয়ৰ পৰা আৰম্ভ কৰি যাৰ চেহেৰা আৰু কণ্ঠত মতলীয়া অনুৰাগী তেওঁৱেই হৈছে ৰাধিকা আপ্তে ৷ চাওক অভিনেত্ৰী গৰাকীৰ কেইখনমান আকৰ্ষণীয় ফটো -

Gujarat Election 2022 : কেতিয়া ঘোষণা হ'ব গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়সূচী ?

গুজৰাটৰ বিধানসভা নিৰ্বাচনক (Gujarat assembly election 2022) লৈ ৰাজ্যজুৰি বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে । প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে ৰণনীতি প্ৰস্তুত কৰিছে । বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰাৰ সম্ভাৱনা আছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.