ETV Bharat / state

বিশ্বনাথৰ হনুমান মন্দিৰত চোৰৰ চাফাই অভিযান

বিশ্বনাথত অব্যাহত আছে মঠ মন্দিৰত চোৰৰ দপদপনি ৷ হনুমান মন্দিৰৰ তলা ভাঙি চোৰে চুৰ কৰিলে টকা আৰু সামগ্ৰী ৷

Biswanath
হনুমান মন্দিৰত চোৰৰ চাফাই অভিযান
author img

By

Published : Nov 27, 2019, 5:05 PM IST

বিশ্বনাথ, 27 নৱেম্বৰঃ চোৰৰ বাবে মঠ-মন্দিৰ সহজে টকা ঘটাৰ লক্ষ্যস্থান হৈ পৰিছে ৷ প্ৰায়ে মঠ-মন্দিৰৰ পৰা সামগ্ৰী চুৰি হোৱা ঘটনা বাতিৰৰ শিৰোণামাত থাকে ৷ তেনে এক ঘটনা সংঘটিত হ'ল বিশ্বনাথ জিলাৰ চতিয়াৰ কৰৈয়নীস্থিত হনুমান মন্দিৰত ৷

হনুমান মন্দিৰত চোৰৰ চাফাই অভিযান
বুধবাৰে পুৱতি নিশা চোৰে হনুমান মন্দিৰটোৰ তলা ভাঙি মন্দিৰৰ ভিতৰত থকা বহু মূল্যৱান সামগ্ৰীৰ লগতে 30 হাজাৰ টকা চুৰি কৰি লৈ যায় ৷ ইপিনে বিশ্বনাথত ক্ৰমান্বয়ে চোৰে ধাৰ্মিকস্থান সমূহত চুৰিৰ কৰাৰ লক্ষ্যস্থান হিচাপে বাচি লোৱাৰ বাবে ভক্তসকলে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে প্ৰশাসনক ৷

লগত পঢ়কঃমহানগৰীৰ পদপথত কুকুৰৰ বাবে আশ্ৰয়গৃহ

Intro:বিশ্বনাথত হনুমান মন্দিৰ চুৰি ।
চোৰে তলা ভাঙি লুট পাট টকা সা -সামগ্ৰী
Body:বিশ্বনাথত হনুমান মন্দিৰ চুৰি ।
চোৰে তলা ভাঙি লুট পাট টকা সা -সামগ্ৰী
Conclusion:
বিশ্বনাথত হনুমান মন্দিৰ চুৰি ।
চোৰে তলা ভাঙি লুট পাট টকা সা -সামগ্ৰী

বিশ্বনাথত অব্যাহত আছে মঠ মন্দিৰ চোৰ দপদপনি।
উল্লেখযোগ্য যে
চুৰৰ কাৰণে এতিয়া সহজে টকা ঘটাৰ এটাই লক্ষস্থান হৈ পৰিছে মঠ-মন্দিৰ।
তেনে এক ঘটনা সংঘটিত হ'ল বিশ্বনাথ চতিয়াৰ কৈৰয়নীত থকা হনুমান মন্দিৰত।

চুৰে তলা ভাঙি লুটি নিলে মন্দিৰৰ ভিতৰত থকা বহু মূল্যৱান সামগ্ৰীৰ লগতে ৩০ হাজাৰ অধি টকা চুৰি কৰি লৈ যায়।

Byt: স্থানীয়

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.