ETV Bharat / state

গ্ৰীণ আচিয়ানাৰ উদ্যোগত বিশ্বনাথত শিক্ষক দিৱসৰ কাৰ্যসূচী - জ্যেষ্ঠ সাংবাদিক

গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'চাইটিৰ উদ্যোগত শনিবাৰে বিহালীত উদযাপন কৰা হয় শিক্ষক দিৱসৰ কাৰ্যসূচী ৷ এই অনুষ্ঠানটোত ৱেলফেয়াৰ চ'চাইটিয়ে অঞ্চলটোৰ 16 গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰীক প্ৰদান কৰিলে বঁটা ৷

Teachers Day Celebrate at Biswanath
গ্ৰীণ আচিয়ানা ৱেল ফেয়াৰ চ'চাইটিৰ উদ্যোগত বিশ্বনাথত শিক্ষক দিৱস উদযাপন
author img

By

Published : Sep 6, 2020, 8:22 AM IST

বিশ্বনাথ, 6 ছেপ্টেম্বৰ : বিশ্বনাথৰ অনতম স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'চাইটিৰ উদ্যোগত শনিবাৰে বিহালীৰ বৰগাং শংকৰদেৱ শিশু নিকেতনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় শিক্ষক দিৱসৰ কাৰ্যসূচী ৷ এই অনুষ্ঠানটিতে স্বেচ্ছাসেৱী সংগঠনটোৰ তৰফৰ পৰা নিৰ্বাচিত বিহালীৰ 16 গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰীক 2020 বৰ্ষৰ কৃতি শিক্ষকৰ সন্মানৰে বঁটা প্ৰদান কৰি কৰা হয় সন্মানিত ।

Teachers Day Celebrate at Biswanath
গ্ৰীণ আচিয়ানা ৱেল ফেয়াৰ চ'চাইটিৰ উদ্যোগত বিশ্বনাথত শিক্ষক দিৱস উদযাপন

গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'চাইটিৰ সঞ্চালক প্ৰধান কিশোৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয় বিহালীৰ জ্যেষ্ঠ সাংবাদিক তথা অৱসৰ প্ৰাপ্ত শিক্ষক অমিতাভ বৰুৱা, মঃ নুৰ কাচিম আহমেদ , যোগেন ৰংহাং , অৱসৰ প্ৰাপ্ত শিক্ষক ইন্দ্ৰেশ্বৰ কটকী , স্বৰাজ হাজৰিকা , ডঃ ক্ষেমৰাজ নেপাল , হৰি প্ৰসাদ উপাধ্যায় , চন্দ্ৰ লাল শৰ্মা , যোগেশ্বৰ তংলা , মনোহৰ কুৰ্মী , শিক্ষয়িত্ৰী কুঞ্জ হাজৰিকা , বিশ্বজিৎ ৰয় , বৈশাকু ৰয় , পূণ্য প্ৰসাদ শৰ্মা, ৰমেশ দৈমাৰী আৰু ড: জীৱন চন্দ্ৰ নাথক ।

বিশ্বনাথ কৃষি বিশ্ববিদ্যালয়ৰ মুৰব্বী বিজ্ঞানী ডঃপল্লৱ শৰ্মা , জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্রীয় কমিটীৰ যুটীয়া সম্পাদক জিতু শৰ্মা , জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে শিক্ষক দিৱসৰ এই অনুষ্ঠানটিত কৰিছিল অংশ গ্ৰহণ ।

লগতে পঢ়ক : যুৱতীক ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত পেলাই থৈ গ'ল ৰাজপথৰ কাষত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.