ETV Bharat / state

বিশিষ্ট সমাজকৰ্মী কিশোৰ হাজৰিকালৈ বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা

author img

By

Published : Dec 11, 2019, 3:47 AM IST

বিশ্বনাথৰ সন্তান তথা বিশিষ্ট সমাজকৰ্মী কিশোৰ হাজৰিকাই লাভ কৰে বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা ৷

Social activist Kishor Hazarika got Babu Jagjiban Ram award
বিশিষ্ট সমাজকৰ্মী কিশোৰ হাজৰিকালৈ বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা

বিশ্বনাথ, 10 ডিচেম্বৰঃ বিশ্বনাথৰ বিশিষ্ট সমাজকৰ্মী কিশোৰ হাজৰিকালৈ বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা ৷ মঙলবাৰে দিল্লীৰ ৰাজেন্দ্ৰ প্ৰসাদ ভৱনত অনুষ্ঠিত হোৱা এখন বিশেষ সভাত তেওঁক এই বঁটা প্ৰদান কৰা হয় ৷ সমাজকৰ্মী পৰ্যটনৰ অনুগামী কিশোৰ হাজৰিকাক এই বঁটা প্ৰদান কৰে লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মিৰা কুমাৰৰ পুত্ৰই ৷

উল্লেখ্য যে বাবু জগজীৱন ৰাম ভাৰতৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী আছিল । প্ৰতি বছৰে মিৰা কুমাৰ পৰিয়ালে এই সন্মান বিভিন্ন দেশৰ বিশিষ্ট সমাজকৰ্মী সকলক দি আহিছে তাৰে এই বৰ্ষৰ অসমৰ হৈ বিশ্বনাথৰ সন্তান তথা বিশিষ্ট সমাজ কৰ্মী কিশোৰ হাজৰিকাই লাভ কৰে ।

আৰু পঢ়কঃৰাজ্যসভাতো বিজেপিয়ে কেব গৃহীত কৰিব : জগদম্বিকা পাল

Intro:as_biswanath_805_10_dce_kalpalison_hazarika_awd_photo_vis_scrpt_as10018Body:as_biswanath_805_10_dce_kalpalison_hazarika_awd_photo_vis_scrpt_as10018Conclusion:দিল্লীৰ ৰাজেন্দ্ৰ প্ৰসাদ ভৱনত বিশ্বনাথৰ বিশিষ্ট সমাজ কৰ্মী বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয়
বঁটা

আজি দিল্লী ৰাজেন্দ্ৰ প্ৰসাদ ভৱনত অনুষ্ঠিত হোৱা এখন বিশেষ সভাত
বিশ্বনাথৰ সন্তান তথা বিশিষ্ট সমাজ কৰ্মী পৰ্যটনৰ অনুগামী কিশোৰ হাজৰিকাক ৰাষ্ট্ৰীয় জগজীৱন ৰাম পদক প্ৰদান ‌কৰে
প্ৰাক্তন লোক সভা অধ্যক্ষা মিৰা কুমাৰ পুত্ৰই ।
য'ত প্ৰাক্তন লোক সভা অধ্যক্ষা মিৰা কুমাৰে অনুষ্ঠানটি আগ ধৰিছিল ।
উল্লেখযোগ্য যে বাবু জগজীৱন ৰাম প্ৰাক্তন ভাৰত উপ প্ৰধানমন্ত্ৰী আছিল ।
প্ৰতি বছৰে মিৰা কুমাৰ পৰিয়ালে এই সন্মান বিভিন্ন দেশৰ বিশিষ্ট সমাজ কৰ্মী সকলক দি আহিছে তাৰে এই বৰ্ষৰ অসমৰ হৈ অসমৰ বিশ্বনাথৰ সন্তান তথা বিশিষ্ট সমাজ কৰ্মী কিশোৰ হাজৰিকাই লাভ কৰে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস ইটিভি ভাৰত অসস

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.