ETV Bharat / state

গহপুৰত অন্ন যোজনা আঁচনিৰ শুভাৰম্ভণি

author img

By

Published : Mar 2, 2019, 1:44 PM IST

বিনামূলীয়া চাউল লাভ কৰিব গহপুৰৰ চাহ বাগানৰ লোকে

গহপুৰত অন্ন যোজনা আঁচনিৰ শুভাৰম্ভণি

গহপুৰ, ২ ফেব্ৰুৱাৰীঃ সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনাচমুকৈ (অন্ন)ৰ জৰিয়তে চাহ বাগানত চাউল যোগান ধৰিবলৈ শনিবাৰে গহপুৰত এই আঁচনিৰ শুভাৰম্ভণীকৰে বিধায়ক উৎপল বৰাই । গহপুৰৰ হেলেম সমবায় সমিতিৰ অন্তগৰ্ত ৬ খন পঞ্চায়তৰ মাজত বিধায়কগৰাকীয়ে মুকলি কৰে এই অন্ন আঁচনি ।

গহপুৰত অন্ন যোজনা আঁচনিৰ শুভাৰম্ভণি
এই আঁচনিৰ অধীনত চাহ বাগিচাৰবহু হাজাৰ পৰিয়ালেলাভ কৰিব বিনামূলীয়া চাউল। ইয়াৰ উপৰিও খাদ্য যোজনাৰ অধীনত অন্যান্য হিতাধিকাৰীলৈ প্রতি কেজিত ১ টকা দৰত চাউল যোগান ব্যৱস্থা কৰা কথা উল্লেখ কৰে গহপুৰ বিধায়ক উৎপল বৰাই । উল্লেখ্য যে, এই আঁচনিত ৰাজ্যৰমুঠ ২,৪৮,৮৯,১৮২ হিতাধিকাৰীকসামৰি লোৱা হৈছে ।

 বিশ্বনাথ জিলাৰ
গহপুৰত অন্ন যোজনাৰ শুভ আৰম্ভ

সমগ্ৰ ৰাজ্য লগতে আজি বিশ্বনাথ জিলা গহপুৰ তো 
সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা  চমুকৈ (অন্ন ) ৰ আঁচনিৰ জড়িয়তে  গহপুৰত চাহ বাগিচাৰ সমুহলৈ যোগান ধৰা চাউল  শুভ উদ্বোধন কৰে গহপুৰ বিধায়ক উৎপল বৰাই ।

 গহপুৰৰ হেলেম সমবায় সমিতিৰ অন্তগৰ্ত ৬ খন পঞ্চায়তৰ মাজত গহপুৰৰ বিধায়ক উৎপল বৰাই  মুকলি কৰে এই অন্ন আঁচনি ।
 এই যোজনাৰ অধীনত চাহ বাগিচাৰ  বহু হাজাৰ পৰিয়ালে  বিনামূলীয়াকৈ চাউল পাবলৈ সক্ষম হ'ব ।
 ইয়াৰ উপৰিও খাদ্য যোজনাৰ অধীনত অন্যান্য হিতাধিকাৰীলৈ প্রতি কেজিত ১ টকা দৰত চাউল যোগান ব্যৱস্থা কৰা কথা উল্লেখ কৰে গহপুৰ বিধায়ক উৎপল বৰাই ।
 উল্লেখ যে , ৰাজ্যৰ  মুঠ 2,48,89,182 হিতাধিকাৰীক  সামৰি লোৱা হৈছে  সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি (অন্ন )যোজনাত ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.