ETV Bharat / state

বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ একেটা পৰিয়ালৰ ৭ জন

বিশ্বনাথৰ মিজিকা চাহ বাগিচাত হাহাকাৰ পৰিস্থিতি ৷ বিশ্বনাথত বিষাক্ত কাঠফুলা খাই অসুস্থ এটা পৰিয়ালৰ ৭ জনকৈ লোক (Seven people sick of eating poisonous mushrooms in Biswanath) ৷ বৰ্তমান চিকিৎসাধীন হৈ আছে পৰিয়ালটোৰ সদস্যকেইটা ৷

author img

By

Published : Apr 7, 2022, 1:46 PM IST

Sick of eating poisonous mushrooms in Biswanath
বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ একেটা পৰিয়ালৰ ৭ জনকৈ লোক

বিশ্বনাথ, 7 এপ্ৰিল : বিষাক্ত কাঠফুলা খাই অসুস্থ এটা পৰিয়াল ৷ বিশ্বনাথৰ মিজিকা চাহ বাগিচাৰ এটা পৰিয়ালৰ 7 জনকৈ লোক অসুস্থ হৈ পৰিছে (Seven people Sick of eating poisonous mushrooms in Biswanath)৷ পৰিয়ালটোৰ অসুস্থ সদস্য কেইজন হৈছে অস্থামি টন্তমাই, ফুলন্টি টন্তমাই, শিৱানী ভূঞা, ধিৰেণ ভূঞা, প্ৰকাশ তাঁতী, যোগেন তাঁতী ।

তথ্য অনুসৰি, বুধবাৰে দুপৰীয়া বিশ্বনাথৰ মিজিকা চাহ বাগিচাৰ পৰিয়ালটোৰ এজন সদস্যই নিজ গাঁৱতে থকা এখন বাৰীৰ পৰা বুটলি আনিছিল কাঠফুলা ৷ সেই কাঠফুলা খাই বুধবাৰে নিশাৰ পৰাই অসুস্থ হৈ পৰিছিল পৰিয়ালটো ৷ নিশাৰ ভাগতে পৰিয়ালটোৰ সদস্যকেইটাই অসহ্যকৰ পেটৰ বিষ, বমি আৰু পেটচলা হোৱাত কাষ চাপে চিকিৎসকৰ ৷

তাৰ পাচতে উক্ত পৰিয়ালটোক 108 সেৱাৰ জৰিয়তে বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় ৷ বৰ্তমানো চিকিৎসাধীন হৈ আছে পৰিয়ালটো ৷

লগতে পঢ়ক : কাঠফুলা খাই শিৱসাগৰত 10 জন অসুস্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.