ETV Bharat / state

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : আহত 35 জন

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 7 জনক তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ ৷ আহত সকলৰ ঘৰ জিনজিয়া চাহ বাগিছাৰ পামবস্তি লাইনত

author img

By

Published : Aug 18, 2019, 11:41 PM IST

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত 35

বিশ্বনাথ, 18 আগষ্টঃ বিশ্বনাথৰ মিজিকা চাহবাগিছাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত বাগৰি পৰিল টাটা এচি গাড়ী ৷ দুৰ্ঘটনাটোত আহত হৈছে 35 জন লোক ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 7 জনক তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ ৷ আহত সকলৰ ঘৰ জিনজিয়া চাহ বাগিছাৰ পামবস্তি লাইনত ৷ মিজিকাচাহ বাগিছাৰ আহুবাৰী খেলপথাৰত ফুটবলখেল চাই উভতি অহাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটো ৷

Intro:as_biswanath_804_18_aug_vis_byte_acdt_scrpt_as10018Body:as_biswanath_804_18_aug_vis_byte_acdt_scrpt_as10018Conclusion:as_biswanath_804_18_aug_vis_byte_acdt_scrpt_as10018

Breaking

বিশ্বনাথৰ মিজিকা চাহবাগিছাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত বাগৰি পৰিল টাটা এচি গাড়ী ৷ দূৰ্ঘটনাটোত আহত হৈছে ৩৫ জন লোক ৷ গুৰুত্বৰভাৱে আহত ৭ জনক তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰন ৷ আহত সকলৰ ঘৰ জিনজিয়া চাহ বাগিছাৰ পামবস্তি লাইনত ৷ মিজিকাচাহ বাগিছাৰ আহুবাৰী খেলপথাৰত ফুটবলখেল চাই উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.