ETV Bharat / state

চতিয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নিৰ্বাচন সন্দৰ্ভত কি ক'লে ? - তেজপুৰ লোকসভা সমষ্টি

সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰিপুন বৰাই আগন্তুক নিৰ্বাচন সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ বিজেপিক বদন আখ্যা ৰিপুন বৰাৰ

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা
author img

By

Published : Apr 3, 2019, 2:16 PM IST

চতিয়া,3এপ্ৰিলঃচতিয়াত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিজেপিক কটাক্ষ ৰিপুন বৰাৰ ৷ তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভানুক অশালীন মন্তব্য কৰা পল্লৱ লোচন দাসকো কটাক্ষ ৰিপুন বৰাৰ ৷ অৱসৰ লোৱা ভানুক যদি বুঢ়া গৰুৰ লগত ৰিজাই তেনেহ'লে মোদী অথবা লাল কৃষ্ণ আদৱানীক কিহৰ লগত আখ্যা দিব বুলি পল্লৱ লোচনক প্ৰশ্ন ৰিপুন বৰাৰ ৷ আনহাতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বুজাবুজিৰ বাবে মূলসুঁতিৰ ভোট বিজেপিয়ে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী সোণোৱালে কৰা মন্তব্য সম্পৰ্কত ৰিপুন বৰাই কয় যে এ আই ইউ ডি এফ বিজেপিৰ হে বি টীম ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা
মূলসুঁতিৰ ভোট কেতিয়াও বিভাজন নহয় বৰঞ্চ বিজেপিয়ে বিধেয়ক গৃহীত কৰি অসমলৈ বাংলাদেশী মুছলমান আনিব বিচৰাত এতিয়া সকলোৱে বিজেপি দলক বদন আখ্যা দিছে ৷ আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে 8 খন আসন পোৱাটো নিশ্চিত যদিও সময়ত এখন বা দুখন আসন বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

Intro:সাংবাদিকৰে হোৱা এক আচুতীয়া সাক্ষাতকাৰত ৰিপুন বৰাই আগন্টুক লোকসভা নিৰ্বাচন সম্পৰ্কে কি কলে? কিমান আসন আশা কৰে কংগ্ৰেছে? Body:# তেজপুৰ লোক সভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ভানুৰ পৰাজয় নিশ্চিত বুলি মূখ্যমন্ত্ৰী সোনোৱালে কৰা মন্তব্য সন্দৰ্ভত কি কয় ?
# তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী ভানুৰ নাম,চেহেৰাক লৈ কৰা মন্তব্যক কি কয়?
# চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কেইদিনমান পূৰ্বে সংবাদ মেল যোগে ভানুৰ দুখন আচঁনিয়ে কংগ্ৰেছ দলক ডুবালে, এখন হল " ৰাইজৰ পদুলিত ৰাইজৰ চৰকাৰ" আনখন " ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আচঁনি" যত প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুন গগৈৰ ফটো দিয়া হৈছিল আৰু পিচত কলা ৰংৰে মচি পেলোৱা হল ৷ এনে এজন লোকক প্ৰাৰ্থীত্ব দিয়াৰ সম্পৰ্কত কি কব?
# কংগ্ৰেছ আৰু এ,আই,ইউ,দি,এফৰ বুজাবুজিৰ বাবে মুলসুতিৰ ভোট বিজেপিয়ে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী সোনোৱালে কৰা মন্তব্য সম্পৰ্কত কি কব?
Conclusion:Pransankar bhuyan
ETV BHARAT,ASSAM.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.