ETV Bharat / state

বিশ্বনাথৰ বন বিভাগৰ জালত কুখ্যাত গড় চিকাৰী - গোপন সূত্ৰৰ পম খেদি

বিগত বৰ্ষত গহপুৰৰ লখৰা চাপৰিত চোৰাং চিকাৰীয়ে হত্যা কৰা গড়টোৰ মূল হত্যাকৰী তথা মুল নায়ক আছিল আটকাধীন কিশোৰ কামাং। সেই সময়ৰ পৰাই কুখ্যাত গড় চিকাৰীজন পলাতক অৱস্থাত আছিল।

rhino poacher apprehended at biswanath
বিশ্বনাথৰ বন বিভাগৰ জালত কুখ্যাত গড় চিকাৰী
author img

By

Published : Oct 31, 2020, 8:07 PM IST

বিশ্বনাথ ৩১ অক্টোবৰঃ বিশ্বনাথ বন সংমণ্ডল অধীনৰ অপৰাধ অনুসন্ধান শাখাৰ এটা অভিযানকাৰী দলে গহপুৰৰ বাতমাৰিত লক্ষ্মী পূজা উপলক্ষে অনুষ্ঠিত হোৱা এখন মেলাৰ পৰা গোপন সূত্ৰৰ পম খেদি এটা কুখ্যাত গঁড় চিকাৰীক আটক কৰিবলৈ সক্ষম হয় । কুখ্যাত গঁড় চিকাৰীটোৰ নাম কিশোৰ কামাং(৩৫) ঘৰ গহপুৰৰ বৰতামুলী গাঁৱত বুলি জানিব পৰা গৈছে ।

rhino poacher apprehended at biswanath
বিশ্বনাথৰ বন বিভাগৰ জালত কুখ্যাত গড় চিকাৰী
উল্লেখযোগ্য যে,বিগত বৰ্ষত গহপুৰৰ লখৰা চাপৰিত চোৰাং চিকাৰীয়ে হত্যা কৰা গড়টোৰ মূল হত্যাকৰী তথা মুল নায়ক আছিল আটকাধীন কিশোৰ কামাং। সেই সময়ৰ পৰাই কুখ্যাত গড় চিকাৰীজন পলাতক অৱস্থাত আছিল। কিন্তু আজি বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ এটা অভিযানকাৰী দলে গোপন সূত্ৰৰ পম খেদি গহপুৰৰ বাতমাৰিৰ পৰা এই কুখ্যাত গড় চিকাৰীজনক আটক কৰিবলৈ সক্ষম হয়। ইতিমধ্যে বিশ্বনাথ বন্য প্ৰানীৰ সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাৰ অভিযানকাৰী দলটোয়ে কুখ্যাত গড় চিকাৰী জনক সোধা-পোছা আব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ কোকৰাঝাৰত পথৰ দুৰৱস্থাৰ বাবে প্ৰাণ গ’ল এজনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.