ETV Bharat / state

বিশ্বনাথ চাৰিআলিত ই-ৰিক্সা সন্থাৰ প্ৰতিবাদ - বিশ্বনাথ চাৰিআলিত ই-ৰিক্সা সন্থাৰ প্ৰতিবাদ

12 ঘন্টীয়া কৰ্মবিৰতি ঘোষণা বিশ্বনাথ চাৰিআলি ই-ৰিক্সা সন্থাৰ ৷ 12 খনকৈ অনুজ্ঞাপত্ৰ থকা ই-ৰিক্সা জিলা পৰিবহণ নিগমৰ বিষয়াই ধৰি ৰখাৰ প্ৰতিবাদত এই কৰ্মবিৰতি ৷

বিশ্বনাথ চাৰিআলিত ই-ৰিক্সা সন্থাৰ প্ৰতিবাদ
author img

By

Published : Oct 18, 2019, 5:52 PM IST

বিশ্বনাথ,18 অক্টোবৰ : বিশ্বনাথ চাৰিআলি ই-ৰিক্সা সন্থাই ঘোষণা কৰিছে 12 ঘন্টীয়া কৰ্মবিৰতি ৷ অনুজ্ঞাপত্ৰ থকা 517 খন ই-ৰিক্সা চালকে অহা 2020 চনৰ মাৰ্চ মাহলৈকে পৌৰসভাক কৰ দিয়া সত্বেও বৃহস্পতিবাৰে 12 খনকৈ অনুজ্ঞাপত্ৰ থকা ই-ৰিক্সাক জিলা পৰিবহণ বিষয়াই কোনো আগজাননী নিদিয়াকৈ জব্দ কৰে ৷ এই প্ৰতিবাদতে শুকুৰবাৰে 12 ঘন্টীয়া কৰ্মবিৰতি ঘোষণা কৰিছে বিশ্বনাথ চাৰিআলি ই-ৰিক্সা সন্থাই ৷ জব্দ কৰা এই ই-ৰিক্সাসমূহ মুক্ত কৰি বিশ্বনাথৰ ৰাজপথত অবৈধভাৱে চলা ই-ৰিক্সা সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ লগতে এনে নকৰিলে জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

বিশ্বনাথ চাৰিআলিত ই-ৰিক্সা সন্থাৰ প্ৰতিবাদ সাব্যস্ত

উল্লেখ্য যে,বিগত সময়ত বিশ্বনাথৰ ই-ৰিক্সা সন্থা,জিলা উপায়ুক্ত,জিলা আৰক্ষী অধীক্ষক আৰু জিলা পৰিবহন বিভাগৰ এখন যুটীয়া সভা অনুষ্ঠিত হৈছিল ৷ এই সভাতে জধে-মধে বহু অচিনাকী লোকে নীতি-নিয়ম নমনাকৈ বিশ্বনাথ নগৰত ই-ৰিক্সা চলাই নগৰখনৰ পৰিৱেশ বিনষ্ট কৰি আহিছে বুলি দাবী পৰিবহন বিভাগক জনাইছিল সন্থাটোৱে ৷ বিশ্বনাথ নগৰত এই অবৈধ ই-ৰিক্সা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতহে পৰিবহন বিষয়াৰ পৰা অনুজ্ঞাপত্ৰ ল'বলৈ সাজু হ'ব বুলি জনাইছিল সন্থাটোৱে । যুটীয়া সভাখনে এই বিষয়ে সমাধান উলিওৱাৰ আশ্বাস প্ৰদান কৰিছিল যদিও কোনো আগজাননী নিদিয়াকৈ 12 খন ই-ৰিক্সা জিলা পৰিবহন বিষয়াই জব্দ কৰাৰ প্ৰতিবাদত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় । বিনাচৰ্তে জিলা পৰিবহন বিষয়াই জব্দ কৰা বাৰখন ই-ৰিক্সা এৰি দি বিশ্বনাথৰ ৰাজপথত অবৈধভাবে চলা ই-ৰিক্সা সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলা হ'ব হুমকি দিয়ে সন্থাটোৱে ৷

Intro:Body:

Salim Khan,owner of a private security agency in Bengaluru, caught on camera brutally assaulting his employees from Assam, FIR filed

A disturbing video has gone viral wherein an owner of a private security agency in Bengaluru is seen brutally assaulting his employees.incident took place on October 14 ,private security firm in Bengaluru’s HSR Layout area.Videos of the owner of a  assaulting his employees  from Assam in a bid to punish them have surfaced on social media. Salim Khan, the managing director of a private security agency named, Bangalore Security Force, can be seen hitting two employees, who are laying helpless on the floor, with his shoe.

HSR Layout police arrested salim khan under ection 307 (attempt to murder)and also case registered on cr 328/19 us 307,342 rw 149 IPC sections,more investigation going on.

Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.