ETV Bharat / state

চতিয়াত গঁড়ৰ আক্ৰমণত নিহত এক

গৰু এৰিবলৈ বুলি উলাই যোৱা সময়ত হঠাৎ গঁড়টো সন্মুখত উলাই আহি লোক জনক আক্ৰমণ কৰাত কৃষ্ণ বাহাদুৰ মৃত্যুৰ মুখত পৰে ।

author img

By

Published : Jul 5, 2019, 10:22 AM IST

চতিয়াত গঁড়ৰ আক্ৰমণত নিহত এক

বিশ্বনাথ , ০৫ জুলাই :শুকুৰবাৰে পুৱা বিশ্বনাথ জিলাৰ চতিয়াৰ পালৰ গাঁৱত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উলাই অহা এটা গঁড়ৰ আক্ৰমণত এজন সমাজ কৰ্মীৰ মৃত্যু হয় । মৃত লোক জন বিশিষ্ট সমাজ কৰ্মী কৃষ্ণ বাহাদুৰ আচাৰ্য বুলি জানিব পৰা গৈছে ।

শুকুৰবাৰে পুৱা গৰু এৰিবলৈ বুলি উলাই যোৱা সময়ত হঠাৎ গঁড়টো সন্মুখত উলাই আহি লোক জনক আক্ৰমণ কৰাত কৃষ্ণ বাহাদুৰ মৃত্যুৰ মুখত পৰে । এই ঘটনাৰ পিচতেই বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডলৰ বন বিষয়া ঘটনাস্থলীত উপস্থিত হয় । উক্ত গাঁৱখনলৈ গঁড়টো অহা যোৱা কৰি থাকে যদিও বন সংমণ্ডল বিষয়া গৰাকীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে গাঁওবাসীয়ে ।

as_biswanth_sootea_rhino_attack_801_photo_scrpt_as10018

 Braking

বিশ্বনাথৰ চতিয়াত অঘটন ।
গঁড় আক্ৰমণত  মৃত্যু সমাজ কৰ্মী 

আজি পুৱাই বিশ্বনাথৰ চতিয়াৰ গড় পালৰ গাৱঁত গঁড়ৰ সন্থাস ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উলাই অহা এটা প্ৰকাণ্ড 

গঁড়  আক্ৰমণত চতিয়া বিশিষ্ট সমাজ কৰ্মী 
কৃষ্ণ বাহাদুৰ আচাৰ্য মৃত্যু ।

পুৱাই গৰু  এৰিবলৈ বুলি উলাই যোৱা মুহূৰ্তত হঠাৎ এটা প্ৰকাণ্ড 
গঁড়  সন্মুখত উলাই আহি  লোক জনক আক্ৰমণ কৰাত মৃত্যু মুখত পৰে ।
ইফালে এই ঘটনাৰ পিচতেই বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডলৰ বন বিষয়া সকল ঘটনাস্হলীত উপস্থিত ।
জানিব পৰা মতে প্ৰায় উক্ত গাৱঁখনলৈ গঁড়টো অহা যোৱা কৰি থাকে ।যদিও বন সংমণ্ডল বিষয়া গৰাকীয়ে কোনো গুৰুত্ব নিয়া অভিযোগ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.