ETV Bharat / state

বিহালীত 4 দিনীয়াকৈ লক্ষ্মী পূজাৰ আয়োজন

author img

By

Published : Oct 9, 2022, 10:07 PM IST

আজি লক্ষ্মী পূজা (Lakshmi Puja 2022) ৷ আজিৰে পৰা বিহালীত 4 দিনীয়াকৈ আয়োজন কৰা হৈছে লক্ষ্মী পূজা (Lakshmi Puja celebration at Behali) ৷ শ্বনাথৰ সাধাৰু খেলপথাৰৰ লগতে বিহালী সমষ্টিৰ বিহালী চাহ বাগিছা খেল পথাৰত আয়োজন কৰা হৈছে লক্ষ্মী পূজা ৷

Lakshmi Puja celebration at Behali  in Biswanath
বিহালীত 4 দিনীয়াকৈ লক্ষ্মী পূজাৰ আয়োজন

বিশ্বনাথ, ৯ অক্টোবৰ : আজি অৰ্থাৎ দেওবাৰে হিন্দু ধৰ্মৰ ধন-সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা (Lakshmi Puja 2022) । লক্ষ্মী বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ লক্ষ্মী মন্দিৰসমূহ (Lakshmi Puja celebration in Assam)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাখনৰ ভিন্ন প্ৰান্তত চলিছে লক্ষ্মী পূজাৰ আয়োজন (Lakshmi Puja celebration in Biswanath)।

বিগত দুটা বছৰে ক’ভিড-১৯ বাবে নিমাওমাও পৰিৱেশে বিৰাজ কৰা বিশ্বনাথৰ সাধাৰু খেলপথাৰৰ লগতে বিহালী সমষ্টিৰ বিহালী চাহ বাগিছা খেল পথাৰতো এইবাৰ আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে (Lakshmi Puja celebration at Behali ) ৷

জনশ্ৰুতি অনুসৰি, লক্ষ্মীপূজাৰ দিনা দেৱী লক্ষ্মীয়ে প্ৰত্যেক গৰাকী ভক্তৰ বাসগৃহ ভ্ৰমণ কৰে । সেইবাবেই আজিৰ দিনটোত নিজে নিজে বাসগৃহসমূহক সজাই পৰাই তুলি অপেক্ষা কৰে মা লক্ষ্মীৰ আগমনলৈ । লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিঠাই আৰু ভোগ ৰান্ধে ।

ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে ।

লগতে পঢ়ক: Lakshmi Puja 2022: জানক কি কি নিয়মেৰে মা লক্ষ্মীক পূজা কৰিলে হ'ব ধনৰ আগমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.