ETV Bharat / state

বিহালীত খহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ

বিশ্বনাথৰ বিহালীত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ৷ লালপুখুৰীৰ খহনীয়া অধ্যুষিত অঞ্চলত জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে এটি জিঅ’ বেগ আঁচনিৰ কাম চলি থকাৰ কথা ঘোষণা কৰে ৷

বিহালীত খহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ
author img

By

Published : Jul 18, 2019, 1:34 PM IST

বিশ্বনাথ,18জুলাইঃ

  • বিশ্বনাথৰ বিহালীত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত
  • বিহালীৰ ঐতিহ্যমণ্ডিত গাংমৌ থান আৰু লালপুখুৰী অঞ্চলৰ খহনীয়া পৰিদৰ্শন কৰে
  • ঐতিহ্যমণ্ডিত গাংমৌ থানত সেৱা লোৱাৰ লগতে সমীপৰ গুৰুজনাই খন্দোৱা পদুম পুখুৰী শিঘ্ৰে সংৰক্ষণ কৰাৰ কথা ঘোষণা
  • লালপুখুৰীৰ খহনীয়া অধ্যুষিত অঞ্চলত জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা
  • যাৰ বাবে জিঅ বেগ আঁচনিৰ কাম চলি থকাৰ কথাও ঘোষণা কৰে

Intro:As_behali_18july_Keshab Mahanta _video_scptBody:As_behali_18july_Keshab Mahanta _video_scptConclusion:BREAKING

বিশ্বনাথৰ বিহালীত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ৷ বিহালীৰ ঐতিহ্যমণ্ডিত গাংমৌ থান আৰু লালপুখুৰী অঞ্চলৰ খহনীয়া পৰিদৰ্শন কৰে ৷ ঐতিহ্যমণ্ডিত গামৌ থানত সেৱা লোৱাৰ লগতে ইয়াৰ সমীপৰ গুৰুজনাই খন্দোৱা পদুম পুখুৰী শিঘ্ৰে সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰে ৷ আনহাতে লালপুখুৰীৰ খহনীয়া অধ্যুষিত অঞ্চলত জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে এটি জিঅ বেগ আচনিৰ কাম চলি থকাৰ কথা ঘোষণা কৰে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.