বিশ্বনাথ, 18 জুলাই : বিশ্বনাথত বানাক্ৰান্তৰ খবৰ লবলৈ উপস্থিত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত । মন্ত্ৰীগৰাকী নিশা 10 মান বজাত উপস্থিত হয়বিশ্বনাথ জিলা আৱৰ্ত ভৱনত । জিলা উপায়ুক্ত,
জিলা আৰক্ষী অধীক্ষকৰ লগতে জিলা খনৰ প্ৰতিটো বিভাগৰ মুৰব্বী সকলৰ সৈতে এক আলোচনাত মিলিত হয় জলসম্পদ মন্ত্ৰীগৰাকী । জিলাখনত বানৰ ফলত হোৱা ক্ষয় -ক্ষতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ।ইফালে, নিশা জিলা আৱৰ্ত ভৱনত কটাইপুৱা মন্ত্রীগৰাকীয়ে পৰিদৰ্শন কৰিব বিশ্বনাথ জিলাৰ বানপীড়িত আৰু গৰাখহনীয়া অঞ্চলসমুহত ।
বিশ্বনাথত মন্ত্ৰী কেশৱ মহন্ত - আৰক্ষী অধীক্ষকৰ
বানাক্ৰান্তৰ খবৰ লবলৈ বিশ্বনাথত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত ৷ উপায়ুক্ত - আৰক্ষী অধীক্ষকৰ সৈতে আলোচনা ৷ জিলাখনত বানৰ ফলত হোৱা ক্ষয় -ক্ষতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে
বিশ্বনাথ, 18 জুলাই : বিশ্বনাথত বানাক্ৰান্তৰ খবৰ লবলৈ উপস্থিত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত । মন্ত্ৰীগৰাকী নিশা 10 মান বজাত উপস্থিত হয়বিশ্বনাথ জিলা আৱৰ্ত ভৱনত । জিলা উপায়ুক্ত,
জিলা আৰক্ষী অধীক্ষকৰ লগতে জিলা খনৰ প্ৰতিটো বিভাগৰ মুৰব্বী সকলৰ সৈতে এক আলোচনাত মিলিত হয় জলসম্পদ মন্ত্ৰীগৰাকী । জিলাখনত বানৰ ফলত হোৱা ক্ষয় -ক্ষতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ।ইফালে, নিশা জিলা আৱৰ্ত ভৱনত কটাইপুৱা মন্ত্রীগৰাকীয়ে পৰিদৰ্শন কৰিব বিশ্বনাথ জিলাৰ বানপীড়িত আৰু গৰাখহনীয়া অঞ্চলসমুহত ।
Body:as_biswanath_Breaking Biswanath_minister_keshab_mahanta_at_biswanath_802_17_july_photo_scrpt_as10018
Conclusion:as_biswanath_Breaking Biswanath_minister_keshab_mahanta_at_biswanath_802_17_july_photo_scrpt_as10018
বিশ্বনাথত বানাক্ৰান্তৰ খবৰ লবলৈ উপস্থিত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ।
নিশা প্ৰায় 10 মান বজাত উপস্থিত হয়
বিশ্বনাথ জিলা আৱত ভৱণত ।
মন্ত্ৰী গৰাকীৰ উপস্থিত হৈ
জিলা উপায়ুক্ত
জিলা আৰক্ষী অধীক্ষকৰ
লগতে জিলা খনৰ প্ৰতিটো বিভাগৰ মুৰব্বী সকলৰ সৈতে এক আলোচনাত মিলিত হয় ।
জিলা খনৰ বানপানী ফলত হোৱা ক্ষয় -ক্ষতি বুজ লয় পৰা মন্ত্ৰী গৰাকীয়ে ।
ইফালে নিশা জিলা আৱত্ত ভৱণত কটাই
কাইলৈ পুৱা ৮ বজাৰ পৰা মন্ত্রী গৰাকীয়ে পৰিদৰ্শন কৰিব বিশ্বনাথ জিলা বানপীৰিত আৰু গৰাখহনী অঞ্চল সমুহত
।