ETV Bharat / state

বিশ্বনাথত সাংবাদিক আক্ৰমণৰ বিৰুদ্ধে সাংবাদিক সংগঠনৰ প্ৰতিবাদ - সাংবাদিক আক্ৰমণ

ৰাজ্যত ইজন পিচত সিজন সাংবাদিক একাংশ দুষ্ট চক্ৰৰ বলি হ'ব লগীয়া হৈছে ৷ ইয়াৰে প্ৰতিবাদত আজি উত্তাল হৈ পৰে বিশ্বনাথৰ বৰগাং ৷

সাংবাদিক সংগঠনৰ প্ৰতিবাদত উত্তাল বিশ্বনাথৰ বৰগাং
author img

By

Published : Apr 30, 2019, 3:37 PM IST

বিশ্বনাথ , 30 এপ্ৰিল : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে সাংবাদিক আক্ৰমণৰ ঘটনা ৷ ইয়াৰে ক্ষোভত মঙলবাৰে ৰাজ্যৰ আন আন ঠাইৰ লগতে বিশ্বনাথতো সাংবাদিক সংগঠন আৰু স্থানীয় দল-সংগঠনে সাংবাদিক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

etv  bharat
বিহালী প্ৰেছ ক্লাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী লৈ এক তিনি দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ

মঙলবাৰে বিশ্বনাথৰ বৰগাঙত বিহালী প্ৰেছ ক্লাৱ , সাংবাদিক সুৰক্ষা মঞ্চ অসম , বাৰ্তা জীৱি সংঘ আৰু আপকুকে ধৰি বিশ্বনাথৰ বিভিন্ন দল সংগঠনৰ লগতে সচেতন নাগৰিক একত্ৰিত হৈ সাংবাদিক আক্ৰমণকাৰিক কঠোৰ শাস্তিৰ দাবী কৰে ৷ ইয়াৰোপৰিও বিহালী প্ৰেছ ক্লাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী লৈ এক তিনি দফীয়া স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷

Intro:as_bsw_vis1__photo_ptc_1_byte_as10018

Body:বিশ্বনাথত প্ৰতিবাদ প্ৰতিবাদ দল সংগঠন সাংবাদিক সংগঠনৰ
সাংবাদিকক আক্রমণ কাৰিক শীঘ্ৰে গ্ৰেপ্তাৰ দাবীঢ়

Conclusion:বিশ্বনাথত প্ৰতিবাদ সাংবাদিক আৰু দল সংগঠনৰ/ সাংবাদিক আক্ৰমণ ঘটনাক লৈ
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে সাংবাদিক নিগ্ৰহ ঘটনা ।
ইজন পিচত সিজন সাংবাদিক বলি হ'ব লগা হৈছে একাংশ দুষ্ট চক্ৰ ।
আজি তাৰ প্ৰতিবাদত উত্তাল হৈ পৰে বিশ্বনাথৰ বৰগাং ।
বিহালী প্ৰেছ ক্লাৱ, সাংবাদিক সুৰক্ষা মঞ্চ অসম, বাৰ্তা জীৱি সংঘ,আপকু, কে ধৰি বিশ্বনাথৰ বিভিন্ন দল সংগঠন সচেতন নাগৰিকৰ একটিত হৈ সাংবাদিক আক্ৰমণ কাৰিক কঠোৰ শাস্তিৰ দাবী কৰে ।
আনহাতে, বিহালী প্ৰেছ ক্লাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী লৈ এক তিনি দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.