ETV Bharat / state

বিহালীত অসমত জাতীয় পৰিষদৰ মূল শত্ৰু বিজেপি ! - 77নং বিহালী বিধানসভা সমষ্টি

অসম জাতীয় পৰিষদৰ বিহালীৰ প্ৰক্ষেপিত প্ৰাৰ্থী অঞ্জন উপাধ্যায়ৰ সৈতে ইটিভি ভাৰত অসমৰ এক আছুতীয়া সাক্ষাৎকাৰ ৷

অঞ্জন উপাধ্যায়ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ

author img

By

Published : Mar 11, 2021, 9:19 PM IST

বিশ্বনাথ,11 মাৰ্চ: ৰাজ্যত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই নিৰ্বাচনক লৈ এতিয়া প্ৰতিটো ৰাজনৈতিক দলে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে । সমান্তৰালকৈ অসম জাতীয় পৰিষদৰ বিহালীৰ প্ৰক্ষেপিত প্ৰাৰ্থী অঞ্জন উপাধ্যায়ে বৃহস্পতিবাৰে 77 নং বিহালী বিধানসভা সমষ্টিত উপস্থিত হৈ ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এজেপিৰ প্ৰাৰ্থী উপাধ্যায়ে বিহালী সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তৰ মাজতেই মূল যুঁজখন হ’ব বুলি মন্তব্য প্ৰকাশ কৰে ।

অঞ্জন উপাধ্যায়ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ

আনহাতে, এইবাৰ অসমত অসমত জাতীয় পৰিষদ আৰু ৰাইজৰ দলে চৰকাৰ গঠন কৰিব ৷ প্ৰয়োজন সাপেক্ষে বিপিএফৰ হাগ্ৰামা মহিলাৰীয়ো ৰাইজৰ দল আৰু জাতীয় পৰিষদত যোগদান কৰি চৰকাৰৰ গঠন কৰাত সহায় কৰিব বুলি মন্তব্য কৰে 77 নং বিহালী বিধানসভা সমষ্টিৰ জাতীয় পৰিষদৰ প্ৰাৰ্থী অঞ্জন উপাধ্যায়ে ।

লগতে পঢ়ক: ৰঙিয়াৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.