বিশ্বনাথ, 7 এপ্ৰিল: শনিবাৰে বিশ্বনাথৰ অৰিয়েন্ট ফ্লাৱাৰ কনিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত হয় এখন কুইজ প্ৰতিযোগিতা৷ স্বাৰ্গীয় লক্ষীনাথ ভট্টাচাৰ্য সোঁৱৰণীত প্ৰতিযোগিতা অনুষ্ঠিত হয় এই কুইজ প্ৰতিযোগিতাখন৷ মুঠ 18 বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই কুইজ প্ৰতিযোগিতাখনত৷ যত নিৰ্বাচিত হয় তিনিটা দল৷
এই তিনিটা দলৰ ভিতৰত লিটিল ষ্টাৰ বিশ্বনাথ প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে শংকৰদেৱ নিকেটন চান্দামাৰি দ্বিতীয় আৰু গমিৰি শংকৰদেৱ শিশু নিকেতনে লাভ কৰে তৃতীয় স্থান৷