ETV Bharat / state

সাংবাদিক ৰমেন বৰাৰ গীতৰ শুভমুক্তি

author img

By

Published : Apr 13, 2021, 10:02 PM IST

গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনত অনুষ্ঠিত এখন সভাত গহপুৰৰ আন এগৰাকী সংবাদদাতা হোমেন হাজৰিকাই কণ্ঠদান কৰা তথা প্ৰদীপ কাকতিয়ে সুৰ আৰু মানস প্ৰতীম বৰাই সংগীত ব্যৱস্থানা কৰা গীতটো আনুষ্ঠানিকভাৱে মুকলি কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট গীতিকাৰ-সুৰকাৰ দিগন্ত গোঁহাইয়ে ।

গহপুৰত সাংবাদিক ৰমেন বৰাৰ গীতৰ শুভমুক্তি

বিশ্বনাথ,13 এপ্ৰিলঃ সোমবাৰে গহপুৰৰ দক্ষিণাঞ্চলত বসবাস কৰা ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকৰ জীৱন সংগ্ৰামৰ পটভূমিত গহপুৰৰ এগৰাকী সংবাদদাতা ৰমেন বৰাই লিখা এটা গীতৰ শুভমুক্তি দিয়ে । গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনত অনুষ্ঠিত এখন সভাত গহপুৰৰ আন এগৰাকী সংবাদদাতা হোমেন হাজৰিকাই কণ্ঠদান কৰা তথা প্ৰদীপ কাকতিয়ে সুৰ আৰু মানস প্ৰতীম বৰাই সংগীত ব্যৱস্থানা কৰা গীতটো আনুষ্ঠানিকভাৱে মুকলি কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট গীতিকাৰ-সুৰকাৰ দিগন্ত গোঁহাইয়ে ।

সোমবাৰে বিয়লি অনুষ্ঠিত গীত মুকলি অনুষ্ঠানটোত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন কুমাৰ ওজা, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰজ্ঞান ভূঞা, প্ৰবীণ অভিনেত্ৰী, বিশিষ্ট সমাজ সেৱিকা বিৰজা হাজৰিকাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়কঃ গুৱাহাটীত ক'ৰণাত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.