ETV Bharat / state

সেউজ বনানীকৰণ আঁচনিৰ নামত গহপুৰত ব্যাপক দুৰ্নীতি

author img

By

Published : Sep 19, 2020, 6:51 PM IST

Updated : Sep 19, 2020, 10:37 PM IST

২০১৯-২০২০ বিত্তীয় বৰ্ষত পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ দৌলগুৰিৰ বাসূদেৱ দৌলৰ চৌহদত MGNREGA আঁচনিৰ অধীনত প্ৰায় ৩ লাখ ৯৭ হাজাৰ গছপুলি ৰোপণৰ পৰিকল্পনা কৰা হৈছিল ৷ কিন্তু এই আঁচনিখন ৰবপায়নত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ আছুৰ ৷

Gohpur Green Plantation scheme scam
সেউজ বনানীকৰণ আঁচনিৰ নামত গহপুৰত ব্যাপত দুৰ্নীতি

বিশ্বনাথ, 19 ছেপ্তেম্বৰঃ সেউজ বনানীকৰণ আঁচনিৰ নামত দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছে গহপুৰ ৷ দুৰ্নীতিৰ প্ৰতি শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰখনৰ বিধায়ক উৎপল বৰাৰ সমষ্টিতেই 1 টা গছপুলিৰ মূল্য কাগজে কলমে হ’লগৈ 15 হাজাৰ টকা ৷

২০১৯-২০২০ বিত্তীয় বৰ্ষত পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ দৌলগুৰিৰ বাসূদেৱ দৌলৰ চৌহদত MGNREGA আঁচনিৰ অধীনত প্ৰায় ৩ লাখ ৯৭ হাজাৰ গছপুলি ৰোপনৰ পৰিকল্পনা কৰা হৈছিল ৷ কিন্তু এই আঁচনিখন ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ ৷ আঁচনিখনৰ নামত মাত্ৰ ২৬/২৭ টা গছপুলি ৰোপণ কৰিয়েই এংকাশ ঠিকাদাৰে সমগ্ৰ ধন আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰিছে পূৱ ছয়দুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাই ৷

আনহাতে,ছয়দুৱাৰ উন্নয়ণ খণ্ডৰ খণ্ড বিষয়াই আঁচনিখনত সংঘটিত এই দুৰ্নীতিৰ অভিযোগৰ পিছতেই আঁচনিখনৰ কাম স্থগিত ৰাখিছে ৷ এই দুৰ্নীতিৰ ক্ষেত্ৰত স্থানীয় বিধায়ক উৎপল বৰাৰ পদক্ষেপ হ’ব লক্ষণীয় ৷

লগতে পঢ়ক-সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে সৰৱ দৰং জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ

Last Updated : Sep 19, 2020, 10:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.