ETV Bharat / state

অঘটন: গা ধুবলৈ গৈ নদীত সন্ধানহীন বিশেষ আৰু দেৱকুমাৰ

author img

By

Published : Mar 27, 2022, 8:32 PM IST

গহপুৰত চাঞ্চল্যকৰ ঘটনা । নদীত গা ধুবলৈ গৈ সন্ধানহীন দুগৰাকী কিশোৰ (Gahpur minor boys went missing while swiming) । সন্ধানহীন কিশোৰ দুজনৰ নাম বিশেষ দে আৰু দেৱ কুমাৰ গুপ্তা । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজ অৱগত হোৱাৰ লগে লগে হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত ।

two person misssin while bathing in river
অঘটন: গা ধুবলৈ গৈ নদীত সন্ধানহীন বিশেষ আৰু দেৱকুমাৰ

বিশ্বনাথ,২৭ মাৰ্চ: গহপুৰত চাঞ্চল্যকৰ ঘটনা । নদীত গা ধুবলৈ গৈ সন্ধানহীন দুগৰাকী কিশোৰ (Minor boy went missing in river) । সন্ধানহীন কিশোৰ দুজনৰ নাম বিশেষ দে আৰু দেৱ কুমাৰ গুপ্তা । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজ অৱগত হোৱাৰ লগে লগে হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত ।
ইতিমধ্যে দুইগৰাকী কিশোৰক বিচাৰি আৰম্ভ হৈছে উদ্ধাৰ অভিযান । উল্লেখ্য যে গহপুৰৰ বুৰৈ নৈত গা ধুবলৈ নামিছিল কিশোৰ দুজন । বুৰৈ নৈৰ গো-শালাত সংঘটিত এই অঘটন । সন্ধানহীন কিশোৰ দুজনৰ ঘৰ ডফলাগড়ৰ কেকুৰীজানত বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে ঘটনাস্থলীলৈ NDRF ৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানেও কোনো শুং-সুত্ৰ পোৱা নাই । ইফালে কিশোৰ দুগৰাকীৰ পৰিয়ালত এতিয়া হাঁহাকাৰময় অৱস্থা ।

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক’ৰিডত চলা উচ্ছেদ সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ শুনানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.