ETV Bharat / state

কাজিৰঙাত প্ৰৱেশ কৰিছে দুৰ্ধৰ্ষ চোৰাং চিকাৰীৰ দলে - কাজিৰঙাত

বিশ্বনাথ বন্যপানী সংমণ্ডলৰ অধীনৰ লখৰা চাপৰি হৈ চোৰাং চিকাৰীৰ দলটোৱে প্ৰৱেশ কৰাৰ সন্দেহ কৰিছে বন বিভাগে। চোৰাং চিকাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ আগ মূহুৰ্তত যি পূজা পাতল কৰি প্ৰবেশ কৰে তাৰ কিছু পূজা সা-সামগ্ৰীৰ উদ্ধাৰ হৈছে । চোৰাং চিকাৰীৰ প্ৰৱেশৰ তথ্য লাভ কৰাৰ পাচতে তৎপৰ হৈ পৰিছে বন বিভাগ ।

kaziranga breaking
author img

By

Published : Apr 3, 2019, 9:57 AM IST

Updated : Apr 3, 2019, 12:04 PM IST

বিশ্বনাথ ,3 এপ্ৰিল : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ দল এটা প্ৰৱেশ কৰাৰসন্দেহ প্ৰকাশ কৰিছে বন বিভাগে । বিশ্বনাথ বন্যপানী সংমণ্ডলৰ অধীনৰ লখৰা চাপৰি হৈ চোৰাং চিকাৰীৰ দলটোৱে প্ৰৱেশ কৰাৰ সন্দেহ কৰিছে বন বিভাগে।

চোৰাং চিকাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশকৰাৰ আগ মূহুৰ্তত যি পূজা পাতল কৰি প্ৰবেশ কৰে তাৰ কিছু পূজা সা-সামগ্ৰীৰ উদ্ধাৰ হৈছে । চোৰাং চিকাৰীৰ প্ৰৱেশৰ তথ্য লাভ কৰাৰ পাচতে তৎপৰ হৈ পৰিছে বন বিভাগ । বন বিভাগে চোৰাং চিকাৰীৰ দলটোক আটক কৰিবলৈ বিভিন্ন কৌশল ৰচনা কৰা লগতে এখন ড্ৰোনব্যৱহাৰ কৰিছে বুলি জানিবপৰা গৈছে ।

Breaking

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী দল প্ৰৱেশ ।

বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধিনৰ লখৰা চাপৰি হৈ যোৱা চোৰাং চিকাৰী দল প্ৰৱেশ কৰা  তথ্য লাভ কৰিছে বন বিভাগে ।চোৰাং চিকাৰী দলটো ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি গঁড় হত্যা কৰা পৰিকল্পনা । চোৰাং চিকাৰী য়ে ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ 
কৰা আগ মূহুৰ্তত  যি পূজা পাতৰ কৰি প্ৰৱেশ কৰে  তাৰ কিছু পূজা সা-সামগ্ৰীৰ উদ্ধাৰ হৈছে ।

ইতিমধ্যে বন বিভাগে চোৰাং চিকাৰী দলটোক আটক কৰিবলৈ বিভিন্ন কৌশল ৰচনা কৰা লগতে এখন  দ্ৰোন  ব্যৱহাৰ কৰা হৈছে  বুলি জানিবলৈ পৰা গৈছে ।
Last Updated : Apr 3, 2019, 12:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.