বিশ্বনাথ,15 চেপ্তেম্বৰঃ
- বিশ্বনাথৰ পূৱ জিনজিয়াত চাঞ্চল্যকৰ ঘটনা
- ৩৩হাজাৰ কিল' ভল্টৰ খুঁটাত উঠি এজন যুৱকৰ আত্মহত্যাৰ চেষ্টা
- প্ৰশাসনে বহু চেষ্টা কৰিও খুটাৰ পৰা নমাব পৰা নাই চানিৰাম ওৰাং নামৰ যুৱকজনক
- চেন্নাইত কৰ্মৰত যুৱকজন শনিবাৰে আহিছিল ঘৰলৈ
- এই নাটকীয় পৰিৱেশৰ বাবেই গহপুৰ,লখিমপুৰ আদিলৈ ব্যাহত হৈ পৰে বিদ্যুৎ যোগান
- ঘটনাস্থলীত উপস্থিত হয় জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ বিষয়া
- যুৱকজনৰ আত্মহত্যাৰ চেষ্টাৰ কাৰণ জানিব পৰা হোৱা নাইবিশ্বনাথত বিদ্যুতৰ খুটাত উঠি যুৱকৰ আত্মহত্যাৰ অপচেষ্টা