ETV Bharat / state

বিহালীত ভয়াৱহ হাৰত বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা - সজাগ

বিহালীত ১১৬ জনলৈ বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা, শুকুৰবাৰে ৪ জন লোক আক্ৰান্ত ক’ভিডত ৷ অৱশ্যে, ইয়াৰ পিছতো এতিয়াও সজাগ হোৱা নাই অঞ্চলটোৰ একাংশ লোক ৷

covid update
বিহালীত ভয়াৱহ হাৰত বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা
author img

By

Published : May 14, 2021, 10:31 PM IST

বিহালী, 14 মে’: প্রতিদিনে ভয়াৱহ ৰূপত ক’ভিড ১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বিহালীত । শুকুৰবাৰৰ বিহালী খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রই জনিব দিয়া মতে, নিয়মীয়া পৰীক্ষা কৰাৰ সময়ত ৪ জন লোক ক’ভিডত আক্রান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ সুত্রত প্রকাশ পায় । ইয়াকে পিছতে বৰ্তমান বিহাল‌ীত ১১৬জনলৈ বৃদ্ধি পালে ক’ভিড আক্ৰান্তৰ সংখ্যা ।

অৱশ্যে, দিনে দিনে ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতো বিহালীত একাংশ লোক এতিয়াও সজাগ হোৱা নাই ৷ আনহাতে ৪৫ বছৰৰ উৰ্ধৰ সকলো লোকে এতিয়াও ভেকচিন ল’ব পৰা নাই চিকিৎসালয়ত পর্যাপ্ত পৰিমানে ভেকচিন যোগান নধৰাৰ ফলত ৷

লগতে পঢ়ক : মাজুলীত মুখ্যমন্ত্ৰীক সাক্ষাৎ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.