ETV Bharat / state

শ্বহীদ নিৰজ চেত্ৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী

author img

By

Published : Jun 6, 2019, 3:25 PM IST

জোৱানজনৰ পৰিয়াললৈ 20 লাখ টকাৰ চেক প্ৰদান কৰে শ্বহীদগৰাকীৰ পিতৃৰ হাতত ৷ তাৰোপৰি এছএছবিৰ তৰফৰ পৰা পৰিয়ালটোলৈ আগবঢ়োৱা 15 লাখ টকাৰ চেকো প্ৰদান কৰে সোণোৱালে ৷

বিশ্বনাথত শ্বহীদ নীৰজ চেত্ৰীক শ্ৰদ্ধাঞ্জলি সৰ্বানন্দ সোণোৱালৰ

বিশ্বনাথ, 6 জুনঃ শ্বহীদ জোৱান নিৰজ চেত্ৰীৰ গহপুৰ কাউৰী পথাৰ নেপালী গাঁৱৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বিগত 1 জুনত ঝাৰখণ্ডত মাওবাদী আৰু এছএছবি জোৱানৰ মাজত মুখামুখি সংঘৰ্ষত শ্বহীদ হোৱা নিৰজ চেত্ৰীক শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, জোৱানজনৰ পৰিয়াললৈ 20 লাখ টকাৰ চেক প্ৰদান কৰে শ্বহীদগৰাকীৰ পিতৃৰ হাতত ৷ তাৰোপৰি এছএছবিৰ তৰফৰ পৰা পৰিয়ালটোলৈ আগবঢ়োৱা 15 লাখ টকাৰ চেকো প্ৰদান কৰে সোণোৱালে ৷ মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্ত, তেজপুৰ সাংসদ পল্লৱলোচন দাস, গহপুৰৰ বিধায়ক উৎপল বৰা আৰু বিশ্বনাথ বিধায়ক প্ৰমোদ বৰঠাকুৰ ।

Intro:as_biswanath_6_june_ssb_photo_home_cm_as10018

Body:as_biswanath_6_june_ssb_photo_home_cm_as10018

Conclusion:বিশ্বনাথৰ গহপুৰ কাউৰী পথাৰ নেপালী গাৱঁত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত ।
যোৱা এক ১ জুনত ঝাৰখণ্ডত উগ্ৰপন্থী মাওবাদী আৰু ssb জোৱান মাজত মুখামুখি সংঘৰ্ষৰ ফলত গহপুৰ কাউৰী পথাৰ নেপালী গাৱঁৰ ssb জোৱান নীৰজ চেত্ৰী মৃত্যু হৈছিল ।
সেই মৃত্যু সময়ত চৰকাৰে স্বহীদ জোৱান পৰিয়াল লৈ ২০ লাখ টকা আৰ্থিক সাহাৰ্য চেক প্ৰদান কৰে ।
ইফালে ssb তৰফৰ পৰা ১৫ লাখ চেক প্ৰদান কৰে স্বহীদ নীৰজ চেত্ৰী পিতৃ হাতত ‌।
আনহাতে মুখ্যমন্ত্ৰী উপস্থিত হৈ স্বহীদ জোৱান জনৰ প্ৰতি ছবিত শ্ৰদ্ধাঞ্জলি জনাই ।
মুখ্যমন্ত্ৰী সংগ দিয়ে কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্ত তেজপুৰ সাংসদ পল্লৱলোচন দাস, গহপুৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ বিধায়ক প্ৰমোদ বৰঠাকুৰ ।
বাইট- নীৰজ পিতৃ
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.