ETV Bharat / state

যান্ত্ৰিকতাৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম হোৱা বাহনখন - যান্ত্ৰিকতা

গৰুগাড়ী যেন সম্প্ৰতি আমাৰ বাবে এক নষ্টালজিয়া ৷ পূৰ্বে অসমীয়া গ্ৰাম্য সমাজৰ এক এৰাব নোৱাৰা বাহনখন সম্প্ৰতি হৈ পৰিছে পৰ্বতত কাছৰ কণী বিচৰালেখীয়া ৷

যান্ত্ৰিকতাৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম হোৱা বাহনখন

author img

By

Published : Dec 24, 2020, 7:05 PM IST

চতিয়া, 24 ডিচেম্বৰ: এতিয়াৰে কিছুবছৰ আগলৈকে অসমীয়া গ্ৰাম্য সমাজৰ সৈতে এৰাব নোৱাৰা সম্পৰ্ক আছিল গৰুগাড়ীৰ ৷ কৃষিজীৱি প্ৰতিটো পৰিয়ালৰ ঘৰতেই আছিল গাড়ীখন ৷ কিন্তু সম্প্ৰতি যান্ত্ৰিকতাৰ যুগত যেন ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম ঘটিছে অসমীয়াৰ ঐতিহ্য বহনকাৰী গৰুগাড়ী ৷

যান্ত্ৰিকতাৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম হোৱা বাহনখন

এতিয়া গাঁৱৰ প্ৰেক্ষাপটত যেন বিলুপ্তপ্ৰায় গৰুগাড়ী ৷ তথাপিও নৱপ্ৰজন্মৰ বাবে অতীত হৈ পৰা গৰুগাড়ী সযতনে ৰাখিছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কোচগাঁৱৰ জোন বৰা নামৰ এগৰাকী যুৱ কৃষকে ৷ বৰ্তমানেও কৃষকগৰাকীয়ে গৰুগাড়ীখনেৰেই আনি ভঁৰাল ভৰায় সোণগুটিৰ সপোনবোৰ ৷

লগতে পঢ়ক: ব্যতিক্ৰমী ৰূপত বগৰী খেতিৰে স্বাৱলম্বী হোৱা এজন যুৱ কৃষক...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.