- বিশ্বনাথত ভংকৰ দুৰ্ঘটনা মটচাইকেল আৰু যাত্ৰীবাহী বাছৰ মাছত মুখামুখি সংঘৰ্ষবিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা
- দাও দাওকৈ জ্বলি শেষ হ’ল যাত্ৰীবাহী বাছ
- অগ্নিদগ্ধ হয় বাইক আৰোহী জনৰ মৃত্যু আন এজন গুৰুত্বভাৱে আহত
- বৰ্তমানে চিনাক্ত হোৱা নাই বাইক আৰোহী দুজন
- শনিবাৰে নিশা 10 বজাত বিশ্বনাথৰ 15 ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়াবহ দুৰ্ঘটনা
- জানিব পৰা মতে যাত্ৰীবাহী বাছ খন অৰুণাচলৰ
বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ জীৱন্তে অগ্নিদগ্ধ এজন - injured
মটচাইকেল আৰু যাত্ৰীবাহী বাছৰ মাছত মুখামুখি সংঘৰ্ষ দাও দাওকৈ জ্বলি শেষ হ’ল যাত্ৰীবাহী বাছ
![বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ জীৱন্তে অগ্নিদগ্ধ এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3702298-thumbnail-3x2-biswa.jpg?imwidth=3840)
বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা
- বিশ্বনাথত ভংকৰ দুৰ্ঘটনা মটচাইকেল আৰু যাত্ৰীবাহী বাছৰ মাছত মুখামুখি সংঘৰ্ষবিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা
- দাও দাওকৈ জ্বলি শেষ হ’ল যাত্ৰীবাহী বাছ
- অগ্নিদগ্ধ হয় বাইক আৰোহী জনৰ মৃত্যু আন এজন গুৰুত্বভাৱে আহত
- বৰ্তমানে চিনাক্ত হোৱা নাই বাইক আৰোহী দুজন
- শনিবাৰে নিশা 10 বজাত বিশ্বনাথৰ 15 ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়াবহ দুৰ্ঘটনা
- জানিব পৰা মতে যাত্ৰীবাহী বাছ খন অৰুণাচলৰ
Breaking
বিশ্বনাথত ভংকৰ দুৰ্ঘটনা মটচাইকেল আৰু যাত্ৰীবাহী বাছৰ মাছত মুখামুখি সংঘৰ্ষ
থিতাতে নিহত মটচাইকেল আৰোহী দাও দাওকৈ জ্বলি শেষ হ'ল যাত্ৰা বাহী বাছ
শনিবাৰে নিশা ১০ মান বজাত বিশ্বনাথৰ
সাধাৰৰুত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ দুৰ্ঘটনা ৷
মটৰ চাইকেল আৰু যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ ৷
দুৰ্ঘটনাৰ লগে লগে বাচখনত অগ্নি সংযোগ হয় ৷
দাও দাও কৈ জ্বলি উঠে বাছখন ৷ জীবন্তে অগ্নিদগ্ধ হয় বাইক আৰোহীজন মৃত্যু আন এজন গুৰুত্ব ভাৱে আহত ।
ইফালে বৰ্তমান চিনাক্ত হোৱা নাই বাইক আৰোহী দুজনৰ ।
জানিব পৰা মতে যাত্ৰীবাহী বাছ খন অৰুণাচলৰ ।