ETV Bharat / state

বিহালীত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন - BISWANTH BEHALI WOMEN'S DAY BY WOMEN UNION

নাৰী দিৱসৰ লগত সংগতি ৰাখি এক প্ৰতিবাদী সমদলো বাহিৰ কৰে প্ৰগতিশীল নাৰী সন্থাই।

নাৰী দিৱস উদযাপন
নাৰী দিৱস উদযাপন
author img

By

Published : Mar 8, 2020, 7:25 PM IST

Updated : Mar 8, 2020, 7:39 PM IST

বিহালী, 8 মাৰ্চঃ সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ বিশ্বনাথ জিলা সমিতি উদ্যোগত দেওবাৰে নাৰী দিৱস পালন কৰা হয় ৷ নাৰী দিৱসৰ লগত সংগতি ৰাখি এক প্ৰতিবাদী সমদলো বাহিৰ কৰে প্ৰগতিশীল নাৰী সন্থাই । নাৰী দিৱসৰ উদ্দেশ্যে উলিওৱা ৰেলীত কৃষক নেতা অখিল গগৈৰ লগতে আটাইকেইজন কাৰাবন্দীক বিনা চৰ্তে মুকলি কৰা দাবী জনাই মহিলাসকলে ৷

বিহালীত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

পৰৱৰ্তী সময়ত মহিলাসকলে বৰগাংৰ বিষ্ণু ৰাভা মঞ্চত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ৷ উক্ত নাৰী দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সুলেখিকা মফিদা খাতুন, চি.পি.আই এম.এল দলৰ নেতা বিবেক দাসৰ লগতে কেইবাগৰাকী বিশিষ্ট লোক ৷

Last Updated : Mar 8, 2020, 7:39 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.