বিশ্বনাথ, 28 ছেপ্টেম্বৰ : সোমবাৰে ৰাজ্যজুৰি যুৱ কংগ্ৰছে প্ৰধানমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ বিৰুদ্ধে পুত্তলিকা দাহ কাৰ্যসূচী ঘোষণা কৰে ৷ শনিবাৰে বিশ্বনাথ জিলাৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে বিশ্বনাথ জিলাৰ যুৱ কংগ্ৰেছ কৰ্মীসকলে ৷ সংবাদমেলত বৰ্তমানৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱাৰ লগতে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাতো ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে বিশ্বনাথ জিলা যুৱ কংগ্ৰেছে । ইফালে বৰ্তমানৰ চৰকাৰ খনৰ বিত্ত বিভাগো সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ গুৰুতৰ অভিযোগ তোলে দলটোৱে। আনহাতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰো এই চৰকাৰৰ দিনত পানীত হাঁহ নচৰা অৱস্থাৰ হোৱাৰ লগতে ৰাস্তা ঘাটৰো অৱস্থা অতি বেয়া হৈ পৰিছে। গতিকে মুখ্যত বিজেপি চৰকাৰৰ দিনত সমস্যা সমাধানত ব্যৰ্থ হোৱাৰ বাবে অহা সোমবাৰে সমগ্ৰ অসমত প্ৰধান মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ কাৰ্যসূচী ঘোষণা কৰে যুৱ কংগ্ৰেছে ৷
ৰাজ্যজুৰি প্ৰধানমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ বিৰুদ্ধে পুত্তলিকা দাহ কৰিব যুৱ কংগ্ৰেছীয়ে - যুৱ কংগ্ৰেছ
দেশৰ সমস্যা সমাধানত ব্যৰ্থ হোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ অসমত প্ৰধানমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ বিৰুদ্ধে পুত্তলিকা দাহ কাৰ্যসূচীৰ ঘোষণা যুৱ কংগ্ৰেছৰ
বিশ্বনাথ, 28 ছেপ্টেম্বৰ : সোমবাৰে ৰাজ্যজুৰি যুৱ কংগ্ৰছে প্ৰধানমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ বিৰুদ্ধে পুত্তলিকা দাহ কাৰ্যসূচী ঘোষণা কৰে ৷ শনিবাৰে বিশ্বনাথ জিলাৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে বিশ্বনাথ জিলাৰ যুৱ কংগ্ৰেছ কৰ্মীসকলে ৷ সংবাদমেলত বৰ্তমানৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱাৰ লগতে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাতো ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে বিশ্বনাথ জিলা যুৱ কংগ্ৰেছে । ইফালে বৰ্তমানৰ চৰকাৰ খনৰ বিত্ত বিভাগো সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ গুৰুতৰ অভিযোগ তোলে দলটোৱে। আনহাতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰো এই চৰকাৰৰ দিনত পানীত হাঁহ নচৰা অৱস্থাৰ হোৱাৰ লগতে ৰাস্তা ঘাটৰো অৱস্থা অতি বেয়া হৈ পৰিছে। গতিকে মুখ্যত বিজেপি চৰকাৰৰ দিনত সমস্যা সমাধানত ব্যৰ্থ হোৱাৰ বাবে অহা সোমবাৰে সমগ্ৰ অসমত প্ৰধান মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ কাৰ্যসূচী ঘোষণা কৰে যুৱ কংগ্ৰেছে ৷
Conclusion:বিশ্বনাথত যুৱ কংগ্ৰছৰ সংবাদমেল।
সোমবাৰে ৰাজ্যজুৰি যুৱ কংগ্ৰছৰ প্ৰধানমন্ত্ৰী আৰু বৃত্ত মন্ত্ৰীৰ বিৰুদ্ধে পুত্তলিকা দাহ কাৰ্যসূচি ঘোষনা।
বিশ্বনাথ জিলা যুৱ কংগ্ৰেছৰ সংবাদমেল বিশ্বনাথ জিলা ৰাজীব ভবনত।নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱা বৰ্তমানৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাতো ব্যৰ্থ হোৱাৰ অভিযোগ
কৰে বিশ্বনাথ জিলা যুৱ কংগ্ৰেছে। ইফালে বৰ্তমানৰ চৰকাৰ খনৰ বৃত্ত বিভাগো সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ গুৰুত্বৰ অভিযোগ তুলে
সংবাদমেল যোগে।
আনহাতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰো এই চৰকাৰৰ দিনত পানীত হাঁহ নচৰা অৱস্থাৰ হোৱাৰ লগতে ৰাস্তা ঘাটৰো অবস্হা একেবাৰে বেয়া হৈ পৰিছে।
আনহাতে বিজেপি চৰকাৰৰ দিনত সমস্যা সমাধানত ব্যৰ্থ হোৱাৰ বাবে অহা সোমবাৰে সমগ্ৰ অসমত যুৱ কংগ্ৰেছে প্ৰধান মন্ত্ৰী আৰু বৃত্ত মন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ কাৰ্যসূচী ঘোষনা কৰে।
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম