ETV Bharat / state

গহপুৰৰ বৰডোপৰ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ

author img

By

Published : Sep 10, 2020, 11:06 AM IST

বুধবাৰে বিয়লি গহপুৰৰ মহকুমাৰ অন্তৰ্গত বৰডোপৰ গাৱঁত উদ্ধাৰ হয় এটা প্ৰকাণ্ড দুষ্প্ৰাপ্য কাছ । পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা কাছটো মহকুমাটোৰ নৱনিযুক্ত মহকুমাধিপতি আদিত্য বিক্ৰম যাদৱৰ হাতেৰে গহপুৰৰ বৰপুখুৰীত এৰি দিয়া হয় ।

biswanath_gohpur_Rescue_Tortoise
গহপুৰৰ বৰডোপৰ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ

বিশ্বনাথ, 10ছেপ্টেম্বৰ : বুধবাৰে বিয়লি গহপুৰৰ মহকুমাৰ অন্তৰ্গত বৰডোপৰ গাৱঁত উদ্ধাৰ হয় এটা প্ৰকাণ্ড দুষ্প্ৰাপ্য কাছ । গাঁওখনৰ নিবাসী ৰাজু বৰা নামৰ এগৰাকী মহিলাৰ বৰশীত লাগি থকা অৱস্থাত উদ্ধাৰ হৈছিল প্ৰায় ৬কেজি ওজনৰ দুষ্প্ৰাপ্য কাছটো । পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা কাছটো গাঁওখনৰ একাংশ লোকে গহপুৰ মহকুমাৰ নৱনিযুক্ত মহকুমাধিপতি আদিত্য বিক্ৰম যাদৱৰ হাতেৰে গহপুৰৰ বৰপুখুৰীত এৰি দিয়ে ।

biswanath_gohpur_Rescue_Tortoise
গহপুৰৰ বৰডোপৰ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ

বৰডোপৰ স্থানীয় একাংশ লোকে কাছটো এইদৰে উদ্ধাৰ কৰি প্ৰশাসনক গতাই দিয়াৰ কাৰ্যক অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী সংগঠন আৰু বিশ্বনাথ জিলা বন বিভাগে সলাগ লোৱাৰ লগতে জনালে ধন্যবাদ ।

অন্য এক খবৰৰ বাবে: কংগ্ৰেছে হেৰুৱাইছে নৈতিক অধিকাৰ : বিজেপি নেতা লক্ষ্য কোঁৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.