বিশ্বনাথ,8 জুলাই : বিশ্বনাথ জিলাৰ গহপুৰত দুৰ্গা পূজা উপলক্ষে এজন আৰক্ষী বিষয়াৰ ব্যতিক্ৰমী পদক্ষেপ । বিশেষ উদেশ্যৰে বিশ্বনাথ জিলাৰ পূজা মণ্ডপ পৰিভ্ৰমণ বিষয়াগৰাকীৰ ৷ উক্ত আৰক্ষী বিষয়া গৰাকী হৈছে বিশ্বনাথ জিলা গহপুৰ হাৱাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপেন শইকীয়া ৷ আৰক্ষী বিষয়া গৰাকীয়ে পূজা আৰম্ভণি দিনাৰ পৰা গহপুৰৰ একাংশ মন্দিৰ পূজা মণ্ডপে মণ্ডপে গৈ উপস্থিত হৈ ৰাইজৰ হাতে হাতে বিতৰণ কৰিছে একোখনকৈ প্ৰতিলিপি । অসম আৰক্ষী চি আই ডিৰ দ্বাৰা প্ৰস্তুত কৰা এই প্ৰতিলিপিখনত লিখা আছে মানৱ সৰবৰাহ ৰোধ আৰু তাৰ পৰা ৰক্ষা পোৱাৰ বিভিন্ন উপায় আৰু সজাগতামূলক উপদেশ বা জাননী । আৰক্ষী গৰাকীয়ে প্ৰতিলিপি সমুহ বিতৰণ কৰি ৰাইজৰ মাজত যি সজাগতা সৃষ্টি কৰিছে এয়া সঁচাকৈয়ে এক সুন্দৰ পদক্ষেপ ৷
![A police officer take special step during Puja](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-802-7-otc-ghopur-oc-photo-scrpt-as10018_07102019172357_0710f_1570449237_698.jpg)
![A police officer take special step during Puja](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-802-7-otc-ghopur-oc-photo-scrpt-as10018_07102019172357_0710f_1570449237_992.jpg)
![A police officer take special step during Puja](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-802-7-otc-ghopur-oc-photo-scrpt-as10018_07102019172357_0710f_1570449237_536.jpg)
![A police officer take special step during Puja](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-802-7-otc-ghopur-oc-photo-scrpt-as10018_07102019172357_0710f_1570449237_124.jpg)
![A police officer take special step during Puja](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-802-7-otc-ghopur-oc-photo-scrpt-as10018_07102019172357_0710f_1570449237_555.jpg)
![A police officer take special step during Puja](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-802-7-otc-ghopur-oc-photo-scrpt-as10018_07102019172357_0710f_1570449237_1003.jpg)
![A police officer take special step during Puja](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-802-7-otc-ghopur-oc-photo-scrpt-as10018_07102019172357_0710f_1570449237_963.jpg)