ETV Bharat / state

বিশ্বনাথত ১৪ জন একেলগে Covid 19ত আক্ৰান্ত

বিশ্বনাথ কোভিড-১৯ আক্ৰান্ত লোকক চিকিৎসাৰ বাবে কোভিড চিকিৎসালয়লৈ প্ৰেৰণ । আতংকিত বিশ্বনাথবাসী । কোনো সামাজিক দুৰত্ব নাই বিশ্বনাথত তীব্ৰ সমালোচনা সচেতন মহলৰ ৷

বিশ্বনাথত ১৪ জন একেলগে Covid 19ত আক্ৰান্ত
বিশ্বনাথত ১৪ জন একেলগে Covid 19ত আক্ৰান্ত
author img

By

Published : Jun 30, 2020, 1:58 PM IST

বিশ্বনাথ ৩০ জুনঃ অসমৰ আন আন জিলাৰ লগতে বিশ্বনাথ জিলাতো তীব্ৰ গতিত বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা । বিশ্বনাথ চাৰিআলি বিজয় শংকৰ দাসৰ সংস্পৰ্শলৈ অহা লোকসকলৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ পাছত শেহতীয়াকৈ Covid 19ত ১৪ জন লোক একেলগে আক্ৰান্ত হোৱা তথ্য পোহৰলৈ অহাত সোমবাৰৰ মাজনিশাৰ পৰাই হুৱা দুৱা লাগিছে বিশ্বনাথ চাৰিআলিত l

বিশ্বনাথত ১৪ জন একেলগে Covid 19ত আক্ৰান্ত
বিশ্বনাথত ১৪ জন একেলগে Covid 19ত আক্ৰান্ত
সোমবাৰে নিশা নতুনকৈ কোভিড-১৯ত আক্ৰান্ত সকলৰ ভিতৰত আছে বিশ্বনাথৰ বালিপুখুৰীৰ ৬ জন সেনা জোৱান,এখন ব্যক্তিগত নাৰ্চিং হ'মৰ এগৰাকী নাৰ্চ আৰু এজন মোবাইল দোকানী l নাপিত সঞ্জীৱ ঠাকুৰৰ সংস্পৰ্শলৈ অহি কোভিড-১৯পজিটিভ হোৱা পৰিয়ালৰ লোকসকল হৈছে মিকি শৰ্মা(১৪ ),সুলেখা শৰ্মা(৪০), আয়ুস শৰ্মা(১৮) কুন্দন ঠাকুৰ( ৬) প্ৰিয়ংকা শৰ্মা(২৫), সাধন দেবী( ২৭), হৰি প্ৰসাদ ঠাকুৰ (৮৫),পাৰ্ৱতী দেবী (৮০), দিপ্তী শৰ্মা(১০), বীৰেন্দ্ৰ প্ৰসাদ শৰ্মা(৫৬) দোকানী সঞ্জয় প্ৰসাদ,(৩৬) দেবেন্দ্ৰ কুমাৰ (৩৫), মোবাইল দোকানী ৰোহিত জৈন(৩৭), আৰু জুলেখা বাৰ্লা(২৬)।আজি এই গোটেই কেইজন কৰ'ণা পজিটিভ ৰোগীক স্বাস্থ্য বিভাগে ১০৮ সেৱাৰে বিশ্বনাথৰ বালিচাং চিকিৎসালয়ত চিকিৎসাৰ বাবে লৈ যায়।লগতে চাওকঃ বিহালীত হৰিণাৰ মাংসসহ আটক তিনিটা পহু চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.