ETV Bharat / state

ধ্বংসৰ গৰাহত বিহালীৰ বনাঞ্চল - বন ধ্বংসযজ্ঞ

গছ পুলি ৰোপণৰ নামত ধ্বংস লাখৰো অধিক গছ-পুলি

ধ্বংসৰ গৰাহত বিহালীৰ বনাঞ্চল
author img

By

Published : Mar 31, 2019, 4:24 PM IST

বিশ্বনাথ,৩১ মাৰ্চঃবিশ্বনাথত এইবাৰচোৰাংচিকাৰীৰবিৰুদ্ধে নহয় স্বয়ং বন বিষয়াৰ বিৰুদ্ধে বনাঞ্চল ধ্বংসৰ অভিযোগ । বিশ্বনাথৰ বিহালীৰ একাংশ সাধাৰণ ৰাইজে অভিযোগ তৰিছে বনাঞ্চল বিষয়াৰ বিৰুদ্ধে ।

ETv_BHARAT_ASSAM
ধ্বংসৰ গৰাহত বিহালীৰ বনাঞ্চল
সাধাৰণ ৰাইজে দিয়া ভাষ্য অনুসৰি বিশ্বনাথত অবাধ হাৰত বন ধ্বংসযজ্ঞ চলিছে বনাঞ্চল বিষয়াৰ দ্বাৰা। গছ পুলি ৰোপণৰনামত লাখৰো অধিক গছ কাটি ধ্বংস কৰিছে বনাঞ্চল বিষয়াই ।
ETv_BHARAT_ASSAM
ধ্বংসৰ গৰাহত বিহালীৰ বনাঞ্চল
অভিযোগ অনুসৰি ,পূব শোণিতপুৰ বন সংমণ্ডলৰ অধীনৰ বৰগাং বনাঞ্চলিক অন্তৰ্গত শিয়ালমাৰি বন শিৱিৰৰ নিলগতে এজন বন বিষয়াৰ নিৰ্দেশত কটা হৈছে এই গছপুলিসমূহ। যি সময়ত চৰকাৰে গছ পুলি ৰোপণকৰিবলৈ কোটি কোটি টকা খৰছ কৰি বিভিন্ন আঁচনি হাতত লৈছে তেনে সময়তেই এজন বন বিষয়াৰ ওপৰত উঠা অভিযোগৰ এনে ঘটনাই চকুকপালত তুলিছেপ্ৰকৃতি প্ৰেমীৰ । বহু মূল্যৱান গছৰ লগতে গছ পুলি কটাৰ ফলত এই অঞ্চলত বন্যপ্ৰাণী থাকিবলৈ ঠাই নোহোৱা লগতে বন্যহস্তী অধিক সংকটৰ সন্মুখীন হৈছে বুলি প্ৰকাশ কৰেসচেতন মহলে ।

Intro:A_BISWANATH_BEHALI_FOREST_31M_801_804_PHOTO_SCRPT_SRI

Body:বিহালী বনাঞ্চল ধংস গৰাত ।
লাখৰো অধিক গছ পুলিৰ পৰা গছ কাটি তহিলং বন বিষয়া

Conclusion:একমাত্ৰ ইটিভি ভাৰত কেমেৰাত বন্দী বনাঞ্চল ধংস

অসম চৰকাৰৰ বন বিভাগৰ বন বিষয়া আজৱ কাণ্ড ।
গছ পুলি ৰোপন নামত ধংস কৰিলে লাখৰো অধিক গছ কাটি ।এয়া হৈছে বিশ্বনাথ জিলা তথা উত্তৰ অসমৰ একমাত্ৰ বিহালী বনাঞ্চলৰ দৃশ্য ।এতিয়া এই বনাঞ্চল ওপৰত অত্যাচাৰ চলিছে সোধ বন বিষয়া নেতৃত্বত ।
পূব শোণিতপুৰ বন সংমণ্ডলৰ অধিনৰ বৰগাং বনাঞ্চলিক অন্তৰ্গত শিৱাল মাৰি বন শিৱিৰ নিলগতে এজন বন বিষয়া নিদেশত এই গছ কটা গছ পুলি কটা বুলি জানিব পৰা গৈছে ।যিকোনো সময়ত চৰকাৰে গছ পুলি ৰোপন কৰিবলৈ কোটি কোটি টকা খৰছ কৰি বিভিন্ন আচনি হাতত লৈছে তেনে সময়তেই এজন বন বিষয়া এনে ঘটনাই প্ৰকৃতিৰ প্ৰেমিক চকুৰ কপালত তুলিছে ।
উল্লেখযোগ্য যে এই গছ সমুহৰ নাই কোনো খৰি সমুহ গ'ল কলৈ তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে ।
এই গছ সমুহ বহু মুল্যৱান গছ পুলি গছ কটাৰ ফলত এই অঞ্চলত বন্যপ্ৰাণী থাকিবলৈ ঠাই নোহোৱা লগতে বন্যহস্তী অধিক সংকট হ'ব বুলি সচেতন মহলে প্ৰকাশ কৰে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.