ETV Bharat / state

বহিঃৰাজ্যত অসমীয়া যুৱকক মৰিয়াই হত্যা

author img

By

Published : Oct 9, 2019, 10:37 AM IST

Updated : Oct 9, 2019, 2:45 PM IST

অসমীয়া যুৱকক মৰিয়াই হত্যা

10:09 October 09

উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি

বহিৰাজ্যত অসমীয়া যুৱকক মৰিয়াই হত্যা

বিশ্বনাথ, 9 অক্টোবৰ : অৰুণাচল প্ৰদেশৰ নাহৰলগুনত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ স্কৰপিঅ' আৰু অন্য এখন বাহনৰ মাজত দুৰ্ঘটনাক কেন্দ্ৰ কৰি এজন অসমীয়া যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰে একাংশ উত্তেজিত লোকে ৷ গাড়ীত সামান্য দাগ লগাৰ বাবেই উত্তেজিত লোকসকলে মৰিয়াই হত্যা কৰে যুৱকজনক ৷ ঘটনাক কেন্দ্ৰ কৰি নাহৰলগুনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ 

এই হত্যাৰ প্ৰতিবাদত একাংশ অৰুণাচলী লোকে নাহৰলগুন থানাত হত্যাকাৰীৰ শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ উল্লেখ্য যে, মৃত যুৱকজন বিশ্বনাথ চাৰিআলিৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ পাছতে ৰাজ্য দুখনৰ মাজত শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে সচেতন মহলে ৷ 
 
Intro:নিশা অৰুণাচল প্ৰদেশ নাহৰলগুনত
দুৰ্ঘটনা কেন্দ্ৰ উত্তপ্ত পৰিস্থিতি ।
Body:নিশা অৰুণাচল প্ৰদেশ নাহৰলগুনত
দুৰ্ঘটনা কেন্দ্ৰ উত্তপ্ত পৰিস্থিতি ।
Conclusion:

নিশা অৰুণাচল প্ৰদেশ নাহৰলগুনত
দুৰ্ঘটনা কেন্দ্ৰ উত্তপ্ত পৰিস্থিতি ।

নিশা অৰুণাচল প্ৰদেশৰ নাহৰলণ্ডনত এটা দুৰ্ঘটনা কেন্দ্ৰ কৰি এজন অসমীয়া যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰা অভিযোগ ।তীব্ৰ প্ৰতিক্ৰিয়া বিশ্বনাথত।
এই দুৰ্ঘটনা কেন্দ্ৰ কৰি নাহৰলগুনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। এখন
স্কৰপিঅ' আৰু গাড়ী মাজত দুৰ্ঘটনা কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতি ।
স্কৰপিঅ খনৰ
সামান্য দাগ লগোৱাৰ বাবেই অৰুণাচলী একাংশ উত্তেজিত লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে ২৫ বছৰীয়া অসমীয়া যুৱকক জনক ।
আনহাতে
একাংশ অৰুণাচলী লোকেই যুৱক জনৰ হত্যা প্ৰতিবাদত নাহৰলগুন থানাত হত্যাকাৰীৰ উচিত শাস্তিৰ দাবীত প্ৰতিবাদ কৰে। উল্লেখ্য যে, অৰুণাচল প্ৰদেশত ৰাজ্যখনৰ বাহিৰৰ লোকে গাড়ী-মটৰ চাইকেল-স্কুটি চলাওতে সৰু ভুল এটাৰ বাবেই হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হোৱাটো নিত্য নৈমিত্তিক ঘটনা আন ৰাজ্য লোকৰ পৰা ভয় ভাবুকি দি বৃহৎ পৰিমাণ টকা লোকে ধৰি
পূৰ্বেই বহু লোকক
হাৰাশাস্তি-ক্ষতিৰ নামত জৰিমনা লোৱা এক গুৰুত্ব অভিযোগ একাংশ অৰুনাচলী যুৱকে বিৰুদ্ধে ।
ইফালে যি সকলে এই দৰে অসমীয়া যুৱক মৰিয়াই মৰিয়াই হত্যা কৰা উচিত শাস্তি দাবী জনাইছে দল সংগঠনে ‌‌।

মৃত্যু হোৱা যুৱক জনৰ ঘৰ বিশ্বনাথ চাৰিআলি বুলি জানিব পৰা গৈছে ।
বিশেষ ৰাজ্য দুখনৰ মাজত শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে সচেতন মহলে ।
Last Updated : Oct 9, 2019, 2:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.