ETV Bharat / state

বিশ্বনাথত অসম সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি - বিশ্বনাথত অসম সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

সংগঠনটোৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অহা 25 আগষ্ট তাৰিখে দিনযোৰা কাৰ্যসূচীৰে বিশ্বনাথ চাৰিআলিৰ এই এচ টি কলনীত অনুষ্ঠিত হ'ব ৷

বিশ্বনাথত অসম সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি
author img

By

Published : Aug 24, 2019, 9:13 AM IST

বিশ্বনাথ, 24 আগষ্ট: সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ,অসমৰ 2019 বৰ্ষৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অহা 25 আগষ্টত দিনজোৰা কাৰ্যসূচীৰে বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হ'ব ৷ অধিৱেশনৰ বাবে এতিয়া প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ অসমীয়া জাতিৰ শৈক্ষিক, সামাজিক,সাংস্কৃতিক,অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশৰ সৰ্বতোপ্ৰকাৰৰ উত্তৰণৰ উদ্দেশ্যে ২০১৬ চনৰ ২৫ আগষ্ট তাৰিখে শিৱসাগৰত জন্ম লাভ কৰা সংগঠনটিৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অসম আৰু অসমীয়াৰ জাতীয় জীৱনত বিশেষভাৱে সেৱা আগবঢ়োৱা সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা-২০১৯ আৰু উদীয়মান ক্ৰিকেট খেলুৱৈ ৰিয়ান পৰাগক বিশেষ ক্ৰিয়া বঁটা-২০১৯ প্ৰদান কৰা হ'ব।

বিশ্বনাথত অসম সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি

তাৰোপৰি সভাত অসম সাহিত্য সভাৰ মুখপাত্ৰ চহিৰ ভুঞাই স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। সভাত বিশিষ্ট অতিথি হিচাপে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক বেদব্ৰত বৰাই অংশগ্ৰহণ কৰিব। কাৰ্যসূচী অনুসৰি ক্ৰমে পুৱা ৯ বজাত পতাকা উত্তোলন,শ্বহীদ তৰ্পণ,বৃক্ষৰোপণ। তাৰপিছতেই ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব মুকলি সভা । বিয়লি ৫ বজাত সংগঠনটোৰ সদস্যসকলৰ মাজত এক অন্তৰ‌ংগ আলাপ অনুষ্ঠানৰো আয়োজন কৰা হৈছে। সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন আৰু ৭ বজাত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সাংস্কৃতিক অনুষ্ঠান। অধিৱেশনত সকলো ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৰ বিশ্বনাথ জিলা সমিতি সাধাৰণ সম্পাদক অতনু শইকীয়া আৰু জিলা সাংগঠনিক সম্পাদক বিশ্বজিৎ বৰুৱাই ৷

Intro:as_biswanath_804_23_aug_vis_
sycpa_
photo_scrpt_as10018
Body:as_biswanath_804_23_aug_vis_
sycpa_
photo_scrpt_as10018
Conclusion:as_biswanath_804_23_aug_vis_
sycpa_
photo_scrpt_as10018

সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস প্ৰস্তুতি

;২৩ আগষ্ট = সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ,অসমৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ২৫ আগষ্ট তাৰিখে দিনযোৰা কাৰ্যসূচীৰে বিশ্বনাথ চাৰিআলিৰ এই এচ টি কলনীত অনুষ্ঠিত হ'ব। অসমীয়া জাতিৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশৰ সৰ্বতোপ্ৰকাৰৰ উত্তৰণৰ উদ্দেশ্যে ২০১৬ চনৰ ২৫ আগষ্ট তাৰিখে শিৱসাগৰত জন্ম লাভ কৰা সংগঠনটিৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অসম আৰু অসমীয়াৰ জাতীয় জীৱনত বিশেষ ভাৱে সেৱা আগবঢ়োৱা সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা-২০১৯ আৰু উদীয়মান ক্ৰিকেট খেলুৱৈ ৰিয়ান পৰাগক বিশেষ ক্ৰিয়া বঁটা-২০১৯ প্ৰদান কৰা হ'ব। তাৰোপৰি সভাত অসম সাহিত্য সভাৰ মুখপাত্ৰ চহিৰ ভুঞাই স্মৃতিগ্ৰন্থ উন্মোচন কৰিব।সভাত বিশিষ্ট অতিথি হিচাপে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক বেদব্ৰত বৰাই অংশগ্ৰহণ কৰিব। কাৰ্যসূচী অনুসৰি ক্ৰমে পুৱা ৯ বজাত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ। তাৰপিছতেই ১১ বজাৰ পৰা মুকলি সভা। বিয়লি ৫ বজাত সতীৰ্থ সকলৰ অন্তৰ‌ংগ আলাপ অনুস্থান। সন্ধ্যা ৬ বজাত বন্তি প্ৰজ্বলন আৰু ৭বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।সকলো ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান জনাই
বিশ্বনাথ জিলা সমিতি সাধাৰণ সম্পাদক অতনু শইকীয়া ,
জিলা সাংগঠনিক সম্পাদক বিশ্বজিৎ বৰুৱা ই জানিবলৈ দিয়েযে সহকাৰী সম্পাদক দিব্যজ্যোতি বৰুৱা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিজিত শইকীয়াই ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.