ETV Bharat / state

বিশ্বনাথত অবৈধ সুৰা ঘাটি উৎখাত - ETV Bharat

আৰক্ষী প্ৰশাসনৰ এই অভিযান

বিশ্বনাথত অবৈধ সুৰা ঘাটি উৎখাত অভিযান
author img

By

Published : Feb 24, 2019, 10:26 PM IST

গোলাঘাটত বিষাক্ত সুৰা পাৱ কৰি শতাধিক লোকৰ মৃত্যু হোৱা পিচত ৰাজ্যত অব্যাহত আছে সুৰা ঘাটি উৎখাত অভিযান ।

দেওবাৰেবিশ্বনাথৰ সাপ্তাহিক বজাৰত হঠাৎ সুৰাৰ ঘটি উৎখাত অভিযান দেখা পোৱা যায় ।

বিশ্বনাথত অবৈধ সুৰা ঘাটি উৎখাত অভিযান

বিশ্বনাথ জিলাআৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলেবজাৰ খনতদীৰ্ঘদিনৰ পৰা চলি অহা অবৈধচুলাই গাঞ্জা বিক্ৰী কৰাঅবৈধ ঘাটি সমূহ উৎখাত কৰা লগতেহাতে লোতে আটক কৰে এজনক ।

undefined

ইফালে দেওবাৰে বিহালী দেওবাৰীয়া সাপ্তাহিক বজাৰতো অভিযান চলাই আৰক্ষীয়ে ।

আৱকাৰী কাৰ্যালয় আৰু বৰগাং আৰক্ষী চকী সন্মুখতেলাগি থকা সাপ্তাহিক বজাৰত দীৰ্ঘদিন ধৰি অবৈধ চুলাই মুকলিকৈ বজাৰত বিক্ৰী হৈ থকাত আজি

শতাধিক সদৌঅসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা আৰুবিহালী শাখা সমিতিৰসদস্যই বজাৰ খনত প্ৰৱেশ কৰি

অবৈধ দেশীয় সুৰাৰ ভাটি সমূহ ভাঙি দিয়াৰ লগতেপ্ৰায় ৫০০ লিটাৰ দেশীয় সুৰা নষ্ট কৰে।

ইফালে বিহালী বিভিন্ন অঞ্চলত বৰ্তমানোবহু স্থানত অবৈধ চলাই ব্যৱসায় চলি আছে যদিও বিহালী আৰু বিশ্বনাথ আৱকাৰী বিষয়া সকলে কোনো ব্যৱস্থা।গ্ৰহণ নকৰা অভিযোগ তুলিছে আছা সদস্যই ।

A_BISWANATH_24F_801_809_WINE_AASAA_PROTEST_VISUAL_BYTE_SCRPT_SRIMANTA 

অবৈধ সুৰা ঘাটি উৎখাত অভিযান অব্যাহত বিশ্বনাথত  

গোলাঘাটত বিষাক্ত সুৰা সেৱন কৰি শতাধিক লোকৰ মৃত্যু হোৱা পিছত ৰাজ্যত অব্যাহত আছে সুৰা ঘাটি উৎখাত অভিযান ।
 দেওবাৰে  বিশ্বনাথৰ সাপ্তাহিক বজাৰত হঠাৎ সুৰাৰ ঘটি উৎখাত অভিযান দেখা পোৱা যায় । বিশ্বনাথ জিলা  আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে  বজাৰ খনত  দীৰ্ঘদিনৰ পৰা চলি অহা অবৈধ  চুলাই গাঞ্জা বিক্ৰী কৰা  অবৈধ ঘাটি সমূহ উৎখাত কৰা লগতে  হাতে লোতে এজনক আটক কৰে আৰক্ষীয়ে ।

ইফালে দেওবাৰে দেখা গ'ল বিহালী দেওবাৰীয়া সাপ্তাহিক বজাৰতো অভিযান চলোৱা ।
আৱকাৰী কাৰ্যালয় আৰু বৰগাং আৰক্ষী চকী সন্মুখতে  লাগি থকা সাপ্তাহিক বজাৰত দীৰ্ঘদিন ধৰি অবৈধ চুলাই মুকলিকৈ বজাৰত বিক্ৰী হৈ থকা 

 শতাধিক সদৌ  অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা আৰু  বিহালী শাখা সমিতিৰ  সদস্যই বজাৰ খনত প্ৰৱেশ কৰি 
 অবৈধ দেশীয় সুৰাৰ ভাটি সমুহত ভাটি সমুহ ভাঙি দিয়া লগতে  প্ৰায় ৫০০ লিটাৰ দেশীয় সুৰা নষ্ট কৰে সংগঠনতো সদস্য সকলে ।
ইফালে বিহালী বিভিন্ন অঞ্চলত বৰ্তমানতো  বহু স্থানত অবৈধ চলাই ব্যৱসায় চলি আছে যদিও বিহালী আৰু বিশ্বনাথ আৱকাৰী বিষয়া সকলে কোনো ব্যৱস্থা।গ্ৰহণ নকৰা অভিযোগ তুলিছে আছা সদস্যই ।

বাইট- আছা সদস্য
বাইট- চুলাই ব্যৱসায়
বাইট -মদ্যপান কৰা লোকক

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম

বি: দ্ৰ: ভিডিঅ FTP জড়িয়তে প্ৰেৰণ কৰা হৈছে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.