ETV Bharat / state

বিশ্বনাথত পৰশুৰামৰ ৰূপত শম্ভু গোৱালাঃ জোতাৰে কোবাই-কোবাই হত্যা মাতৃক

author img

By

Published : Jun 14, 2019, 6:07 PM IST

বিশ্বনাথত মাতৃক হত্যা কৰাৰ অভিযোগ পুত্ৰৰ বিৰুদ্ধে ৷ অভিযুক্ত শম্ভু গোৱালাৰ কণমানি পুত্ৰৰ চকুৰ সন্মুখতে সংঘটিত হ'ল সমগ্ৰ ঘটনা ৷

বিশ্বনাথত পৰশুৰামৰ ৰূপত শম্ভু গোৱালাঃ জোতাৰে কোবাই-কোবাই হত্যা মাতৃক

বিশ্বনাথ, 14 জুনঃ

  • বিশ্বনাথৰ বালিপুখুৰীত উদ্ধাৰ ৬০ বছৰীয়া বৃদ্ধাৰ মৃতদেহ
  • মৃত মহিলাগৰাকী চাওনি গুৱালা বুলি চিনাক্ত
  • শোৱাপাটিতে উদ্ধাৰ হৈছে মহিলা গৰাকীৰ মৃতদেহ
  • নিজ পুত্ৰই হত্যা কৰাৰ অভিযোগ তুলিছে বায়েক আৰু স্থানীয়লোকৰ
  • অভিযুক্ত পুত্ৰৰ নাম শম্ভু গোৱালা
    বিশ্বনাথত পৰশুৰামৰ ৰূপত শম্ভু গোৱালাঃ জোতাৰে কোবাই-কোবাই হত্যা মাতৃক
  • শম্ভু গোৱালাই বহু দিনৰ পৰাই মাতৃৰ ওপৰত অত্যাচাৰ চলাই অহাৰ অভিযোগ
  • পূৱেও বহুবাৰ মাতৃক হত্যাৰ চেষ্টা কৰিছিল শম্ভুৱে
  • শম্ভুৰ কনমানি পুত্ৰই দেখিছিল আইতাকক অত্যাচাৰ কৰাৰ দৃশ্য
  • জোতাৰে কোবাই-কোবাই হত্যা কৰা বুলি জানিবলৈ দিছে কণমানিটোৱে
  • মহিলাগৰাকীৰ দেহত স্পষ্ট আঘাতৰ চিন
  • ইতিমধ্যে অভিযুক্ত শম্ভুক আটক কৰিছে আৰক্ষীয়ে

Intro:as_biswanath_breaking_women_dead _body_re_801_vis+byte+scrpt_as10018Body:as_biswanath_breaking_women_dead _body_re_801_vis+byte+scrpt_as10018Conclusion:as_biswanath_breaking_women_dead _body_re_801_vis+byte+scrpt_as10018

বিশ্বনাথৰ জিনজিয়া আৰক্ষী থানা অধিনৰ বালিপুখুৰীত চাওনি গুৱালা নামৰ এগৰাকী ৬০ বছৰীয়া বৃদ্ধাৰ মহিলা মৃতদেহ উদ্ধাৰ ৷

শোৱাপাটিতে উদ্ধাৰ হৈছে মহিলা গৰাকীৰ মৃতদেহ ৷
নিজ পুত্ৰই মাতৃক হত্যা কৰাৰ অভিযোগ তুলিছে বায়েক আৰু স্থানীয়লোকে।
শম্ভু গোৱালা নামৰ যুৱকজনে বহু দিন আগৰ পৰাই নিজ মাতৃক অত্যাচাৰ চলাই আহিছিল আৰু বহু বাৰ হত্যাৰ চেষ্টাও কৰিছিল। শম্ভুৰ কনমানি পুত্ৰই দেখিছিল আইতাকক অত্যাচাৰ কৰাৰ দৃশ্য। জোতা দি কোবাই কোবাই হত্যা কৰা বুলি কৈছে কণমানিটোৱে। মহিলাগৰাকীৰ দেহত স্পষ্ট আঘাতৰ চিন ৷
ইফালে
অভিযুক্ত শম্ভুক আটক কৰিছে আৰক্ষীয়ে ৷

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.