ETV Bharat / state

বিশ্বনাথত হৰিণা উদ্ধাৰ

author img

By

Published : Jul 14, 2019, 1:49 PM IST

বিশ্বনাথৰ বাঘমাৰী শ্বহীদ অৰুপ কুমাৰ বৰুৱা এম ই স্কুলৰ চৌহদৰ পৰা উদ্ধাৰ হয় হৰিণাটো ৷ বিদ্যালয়খনৰ সহকাৰী শিক্ষক গনেশ বৰ্মন আৰু স্থানীয় ৰাইজে বন কৰ্মীক খবৰ দি হৰিণাটো গতাই দিয়ে ৷

বিশ্বনাথত হৰিণা উদ্ধাৰ
  • বিশ্বনাথ মাঘমাৰীত হৰিণা উদ্ধাৰ
  • দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বানত উটি অহিছিল হৰিণাটো
  • বিশ্বনাথৰ বাঘমাৰী শ্বহীদ অৰুপ কুমাৰ বৰুৱা এম ই স্কুলৰ চৌহদৰ পৰা উদ্ধাৰ হয় হৰিণাটো
  • বিদ্যালয়খনৰ সহকাৰী শিক্ষক গনেশ বৰ্মন আৰু স্থানীয় ৰাইজে বন কৰ্মীক খবৰ দি হৰিণাটো গতাই দিয়ে

Intro:as_biswanath_14_july_803_horina_bagmari_photo_scrpt,_as10018Body:as_biswanath_14_july_803_horina_bagmari_photo_scrpt,_as10018Conclusion:বিশ্বনাথ মাঘমাৰীত হৰিণা উদ্ধাৰ

আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বানপানীত উটি অহা এটা হৰিণা উদ্ধাৰ হয় বিশ্বনাথতৰ বাঘমাৰী
শ্বহীদ অৰুপ কুমাৰ বৰুৱা এম ই স্কুলৰ চৌহদত ।
উদ্ধাৰ হোৱা হৰিণা
বিদ্যালয় খনৰ সহকাৰী শিক্ষক গনেশ বৰ্মন আৰু স্থানীয় ৰাইজে স্থানীয় বন কৰ্মীক খবৰ দি হৰিণা গতাই দিয়ে ।
আনহাতে বিশ্বনাথতৰ ব্ৰহ্মপুত্ৰ দাতীকাষৰীয়া অঞ্চল সমুহলৈ এতিয়া বিভিন্ন বন্যপ্ৰাণী ধাপলি মেলা পৰিলক্ষিত হৈছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.