ETV Bharat / state

বৰঙাবাৰী কল্যাণী দেৱালয় দৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - pallablusan das

আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূজা অৰ্চনা কৰি মন্দিৰ দেৱালয় উন্নয়ন বাবে অসম চৰকাৰে এক বৃহৎ আঁচনি গ্ৰহণ কৰা বুলি মন্তব্য কৰা লগতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কল্যাণী দেৱালয় লৈ যোৱা পথ চোৱা সম্প্ৰসাৰণ কৰাৰ কথা উল্লেখ কৰে ।

বৰঙাবাৰী কল্যাণী দেৱালয় দৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
author img

By

Published : Jun 8, 2019, 12:19 AM IST

গহপুৰ, 7 জুনঃ শুকুৰবাৰে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী তথা গড়কাপ্তানী মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় বিশ্বনাথ জিলাৰ বৰঙাবাৰী কল্যাণী দেৱালয়ত । উল্লেখযোগ্য যে, বিগত লোকসভা নিৰ্বাচনত 9 নং তেজপুৰ লোকসভা সমষ্টিৰ পৰা জয়ী হোৱা সাংসদ পল্লৱলোচন দাসৰ বাবে আশীৰ্বাদ বিচাৰি দিনৰ 11 বজাত উপস্থিত হয় বৰঙাবাৰী কল্যাণী দেৱালয়ত ।

আনহাতে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূজা অৰ্চনা কৰি মন্দিৰ দেৱালয় উন্নয়ন বাবে অসম চৰকাৰে এক বৃহৎ আঁচনি গ্ৰহণ কৰা বুলি মন্তব্য কৰা লগতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কল্যাণী দেৱালয় লৈ যোৱা পথ চোৱা সম্প্ৰসাৰণ কৰাৰ কথা উল্লেখ কৰে ।

ইয়াৰ পিচতে মন্ত্ৰী গৰাকীয়ে দেৱালয় পূজা অৰ্চনা কৰি দেৱালয়ৰ নিচেই কাষতে থকা ব্ৰহ্মপুত্ৰ নদীৰ পাৰ তথা গৰাখহনীয়া হোৱা স্থান সমুহ পৰিদৰ্শন কৰি গৰাখহনীয়া সমস্যা শীঘ্ৰে সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে । মন্ত্ৰী গৰাকী লগত সংগ দিয়ে গহপুৰৰ বিধায়ক উৎপল বৰা আৰু সাংসদ পল্লৱলোচন দাসে ।

Intro:as_behali_7_june _vis+byte_scrpt_tridip_dasBody:as_behali_7_june _vis+byte_scrpt_tridip_dasConclusion:
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আশীৰ্বাদ বিচাৰি উপস্থিত বৰঙাবাৰী কল্যাণী দেৱালয়ত

আজি অসম চৰকাৰৰ স্বাস্থ্য মন্ত্রীডাঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় বিশ্বনাথ জিলাৰ বৰঙাবাৰী কল্যাণী দেৱালয়ত ।
উল্লেখযোগ্য যে যোৱাৰ লোকসভা নিৰ্বাচনত 9 নং তেজপুৰ লোকসভা সমষ্টি সাংসদ পলবলোচন দাসৰ নিৰ্বাচি ফলাফল ভাল হোৱাত উৎফুল্লিত হৈ ব নৱনিৰ্বাচিত সাংসদ পল্ললোচন দাসক লগত লৈ
আজি আশীৰ্বাদ বিচাৰি
দিনৰ 11 বজাত উপস্থিত হয় বঙাবাৰী কল্যাণী দেৱালয়ত ।
ইফালে উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে পূজা অৰ্চনা কৰি মন্দিৰ দেৱালয় উন্নয়ন বাবে অসম চৰকাৰে এক বৃহৎ আচনি গ্ৰহণ কৰা বুলি মন্তব্য কৰা লগতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কল্যাণী দেৱালয় লৈ যোৱা পথ চোৱা বহলি কৰণ কৰা কথা উল্লেখ কৰে ।
ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে দেৱালয় পূজা অৰ্চনা কৰি দেৱালয় নিচেই কাষতে থকা ব্ৰহ্মপুত্ৰ নদী পাৰ তথা গৰাখহনী স্থান সমুহ পৰিদৰ্শন কৰি গৰাখহনী সমস্যা শীঘ্ৰে সমাধান প্ৰতিশ্ৰুতি দিয়ে ।
মন্ত্ৰী গৰাকী লগত সংগ দিয়ে গহপুৰ বিধায়ক উৎপল বৰা , সাংসদ পল্ললোচন দাসে ।

বিহালী পৰা ত্ৰিদিপ দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.