ETV Bharat / state

প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ দেহাৱসানত ৰাজ্যিক বিজেপিৰ শোক - Arun Jaitley passes away, tributes pour in from assam

প্ৰাক্তন বিত্তমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা অৰুণ জেটলীৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ ৷ বিজেপিৰ জ্যেষ্ঠ নেতা ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া ৷

অৰুণ জেটলীৰ মৃত্যুত বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ শোক
author img

By

Published : Aug 24, 2019, 7:19 PM IST

নিউজ ব্যুৰ’, 24 আগষ্ট : প্ৰাক্তন প্ৰধান অটল বিহাৰী বাজপেয়ী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজৰ পিছত আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ মৃত্যুত অসমতো শোকৰ ছাঁ ৷ এইমছত চিকিৎসাধীন অৱস্থাত আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ পিছত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ ।

অৰুণ জেটলীৰ মৃত্যুত বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ শোক

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ মৃত্যুত শোক ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ আনহাতে, ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰঞ্জিত দত্তই প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷

  • Extremely saddened to learn of the demise of former Finance Minister #ArunJaitley ji. An inspiration & guide, we have lost a towering leader, whose contribution towards shaping the growth story of New India is unparalleled. My deepest condolences in this hour of grief. pic.twitter.com/UIdAKIsxex

    — Sarbananda Sonowal (@sarbanandsonwal) August 24, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাজ্যৰ আন আন বিজেপি নেতা কৰ্মীয়েও প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷

  • One of modern India's tallest architects, an accomplished lawyer, outstanding Parliamentarian, great administrator and wonderful human being - Sri Arun Jaitley is no more with us.

    It is a moment of intense pain, as I bow down in reverence of the departed soul. pic.twitter.com/DNpIP1jsSg

    — Himanta Biswa Sarma (@himantabiswa) August 24, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

Intro:পুনৰ উকা হৈ ৰ'ল গান্ধী মণ্ডপ

Body:গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকা পুনৰ নমাই দিয়া হ'ল। স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত 14 আগষ্টৰ দিনা উত্তোলন কৰা হৈছিল দেশৰ তৃতীয় সৰ্বোচ্চ উচ্চতাত গান্ধী মণ্ডপস্থিত ৰাষ্ট্ৰীয় পতাকাখন। কিন্তু আজি এসপ্তাহ পাছতেই পুনৰ অন্তৰ্ধান হ'ল গান্ধী মণ্ডপৰ পতাকা। গান্ধী জয়ন্তীলৈ কেইটামান দিন বাকী থকাৰ সময়তে দেশৰ প্ৰতীকৰ এনে দুৰৱস্থা। এইক্ষেত্ৰত স্থানীয় নাগৰিক সকলে কঠোৰ ভাষাৰে নিন্দা কৰি অভিযোগ উত্থাপন কৰিছে যে ৰাষ্ট্ৰীয় পতাকাখনৰ এনে অৱস্থা আৰু বাৰম্বাৰ ফাট মেলা কাৰ্যই চিন্তিত কৰি তুলিছে নাগৰিক সমাজক।

লগতে তেওঁলোকৰ অভিযোগৰ ভিত্তিত নৈ কাষৰীয়া অঞ্চলত এনে প্ৰকল্প গঠন কৰাৰ পূৰ্বে তেওঁলোকে এটা কমিটি গঠন কৰি ৰাষ্ট্ৰীয় পতাকাখন স্থাপনৰ ব্যৱস্থা লব লাগিছিল বুলিও কয় স্থানীয় ৰাইজে।

বাৰম্বাৰ এনেদৰে ৰাষ্ট্ৰীয় পতাকাখন ফাট মেলাতো ই সঁচাকৈয়ে অপমানজনক কথা। গতিকে এইক্ষেত্ৰত এক সঠিক সিদ্ধান্ত গ্ৰহণ কৰা উচিত জি এম ডিয়ে।

এইখিনিতে প্ৰশ্ন হয় যে গান্ধী জয়ন্তীৰ পূৰ্বে ৰাষ্ট্ৰীয় পতাকাখন সুচল অৱস্থাত দেখা যাব নে?

উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২ অক্টোবৰত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৩১৯.৫ ফুট উচ্চতাৰ ভাৰতৰ তৃতীয় বৃহৎ পতাকাখন উত্তোলন ।কৰিছিল। কিন্তু উত্তোলনৰ সম্পূর্ণ আঠটা মাহ নহওঁতেই এবাৰ নহয়, দুবাৰ নহয় ছয়বাৰকৈ ফাটিল দেশৰ সন্মানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখন। উল্লেখযোগ্য যে গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত ২.৯২ কোটি টকা ব্যয় সাপেক্ষে বিগত উত্তোলন কৰা হৈছিল। গান্ধীমণ্ডপস্থিত দেশৰ তৃতীয় উচ্চতাৰ পতাকাখন ব্ৰহ্মপুত্ৰ নৈ কাষৰীয়া হোৱা হেতুকে প্ৰৱল বতাহৰ সোতৰ বাবেই ফাট মেলা বুলি সন্দেহ কৰা হৈছে। প্ৰায় ৩ কোটি টকাৰ ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় পতাকাখন বাবাৰম্বাৰ এনেদৰে ফাট মেলাত চিন্তিত কৰি তুলিছে সচেতন মহলক।
দেশৰ ভিতৰত তৃতীয় সৰ্বোচ্চ উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকাখন অসমত থকাটো যিদৰে ৰাজ্যখনৰ বাবে গৌৰৱৰ কথা
ঠিক তেনেদৰে সঘনাই ফাটি থকাটোও আত্মসন্মানৰ বাবে অশুভ ঘটনা বুলি গণ্য কৰিছে স্থানীয় নাগৰিক সকলে।

note: আজিৰ ভিডিঅৰ লগত মুখ্যমন্ত্ৰীৰ পতাকা উন্মোচন কৰা ভিডিঅ দিয়া হৈছে লগতে 14 আগষ্টৰ পতাকা উত্তোলনৰ ভিডিঅ দিয়া হৈছে।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.