ETV Bharat / state

বিশ্বনাথত মহিলাৰ মৃতদেহ উদ্ধাৰ - Biswanath news

বিশ্বনাথৰ এখন পথাৰত উদ্ধাৰ হৈছে মহিলাৰ মৃতদেহ ৷ কোনো দুৰ্বৃত্তই মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ ব্যক্ত স্থানীয় ৰাইজৰ ৷

বিশ্বনাথত মহিলাৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Sep 5, 2019, 5:57 PM IST

বিশ্বনাথ, 5 ছেপ্তেম্বৰঃ

  • বিশ্বনাথৰ হাইডাবাৰীৰ শিয়ালমাৰি গাওঁৰ পথাৰত পৰিত্যক্ত অৱস্থাত মহিলা মৃতদেহ উদ্ধাৰ ৷
  • কোনো দুৰ্বৃত্তই মহিলাগৰাকীক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷
  • স্থানীয় এজন যুৱকে মাছ মাৰিব যোৱা সময়ত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷
  • এই পৰ্যন্ত মৃতদেহটোৰ চিনাক্তকৰণ হোৱা নাই ৷
  • বিশ্বনাথ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷

Intro:as_biswanath_801_5_seb_death body_vis_byte_scrpt_aS10018
Body:as_biswanath_801_5_seb_death body_vis_byte_scrpt_aS10018
Conclusion:as_biswanath_801_5_seb_death body_vis_byte_scrpt_aS10018

বিশ্বনাথৰ হাইডাবাৰীৰ শিয়ালমাৰি গাওঁৰ পথাৰত
খালত পৰিতপ্ত অৱস্থাত মহিলা মৃতদেহ উদ্ধাৰ

মৃতদেহ লগতে উদ্ধাৰ এটা মবাইল ফোন।
স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে কোনো দুষ্ট প্ৰকৃতিৰ
লোকে মহিলা গৰাকীক হত্যা কৰি পেলাই দিয়া এই স্থানত ।
বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মহিলা মৃতদেহটো ।
স্থানীয় যুবকে মাছ মাৰিব যোৱা সময়ত প্ৰত্যক্ষ কৰে মৃতদেহটো। ঘটনা স্থলীত উপস্থিত বিশ্বনাথ আৰক্ষী ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.