ETV Bharat / state

বিশ্বনাথ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আটছাৰ প্ৰতিবাদ - ‘কা’ বাতিল কৰা

ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ বিৰুদ্ধে প্ৰতিবাদ ৷ বহু কেইটা সমস্যা সমাধানক লৈ শনিবাৰে বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আটছাৰ প্ৰতিবাদ ৷

বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আটছাৰ প্ৰতিবাদ
বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আটছাৰ প্ৰতিবাদ
author img

By

Published : Jan 18, 2020, 4:22 PM IST

বিশ্বনাথ, 18 জানুৱাৰীঃ শনিবাৰে বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে আটছাই ৷ বহু কেইটা সমস্যাৰ সমাধানৰ দাবী কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷

বিশ্বনাথত আটছাৰ প্ৰতিবাদ

মুখ্য সমস্যা সমূহৰ ভিতৰত আছিল ‘কা’ বাতিল কৰা, চাহ জনগোষ্ঠীক ভূমি পট্টা প্ৰদান কৰা, শ্ৰমিক সকলৰ মজুৰি বৃদ্ধি কৰা, অৰুণাচলী সুৰাৰ প্ৰচলন বন্ধ কৰাৰ লগতে চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমূহ লৈ বিশ্বনাথৰ জিলা আটছাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ দলটোৱে বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

Intro:as_biswanath_801_18_j_aatsa_protest_vis_scrpt_as10018Body:as_biswanath_801_18_j_aatsa_protest_vis_scrpt_as10018Conclusion:Breaking

বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত আটছা
প্ৰতিবাদ।
কা'বাতিল কৰা,চাহ জনগোষ্ঠিক ভুমি পট্টা প্ৰদান কৰা
,শ্ৰমিক সকলক মজুৰি বৃদ্ধি কৰা আৰু চাহ জনগোষ্ঠিৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত বিশ্বনাথৰ জিলা আটছা ই আজি বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত
কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.