ETV Bharat / state

বিশ্বনাথত কৃষি বিধেয়কৰ বিৰোধিতা আছুৰ

author img

By

Published : Sep 25, 2020, 5:08 PM IST

বিশ্বনাথ নগৰৰ মাজমজিয়াৰ 15নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে,বিশ্বনাথ জিলা ছাত্ৰ সন্থা ৷ ভিন্ন চৰকাৰী বিৰোধী শ্ল'গানৰ লগতে কৃষি বিধেয়ক 2020 ৰ প্ৰতিলিপি দাহ কৰি সংগঠনটোৱে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

বিশ্বনাথত কৃষি বিধেয়কৰ বিৰোধিতা আছুৰ
বিশ্বনাথত কৃষি বিধেয়কৰ বিৰোধিতা আছুৰ

বিশ্বনাথ, 25 ছেপ্তেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শুকুৰবাৰে কৃষি বিধেয়কৰ বিৰুদ্ধে সৰৱ হ'ল বিশ্বনাথ জিলা ছাত্ৰ সন্থাও ৷ বিশ্বনাথৰ শ্বহীদ ভৱনৰ পৰা হাতে হাতে প্লেকাৰ্ড লৈ বিশ্বনাথ নগৰৰ মাজমজিয়াৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ সংগঠনটোৱে ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে ভিন্ন শ্ল'গান প্ৰদান কৰি কৃষি বিধেয়ক 2020 ৰ প্ৰতিলিপি দাহ কৰি সংগঠনটোৱে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

লগতে পঢ়ক: কৃষি বিধেয়কৰ প্ৰতিলিপি দাহেৰে ৰাজ্যজুৰি প্ৰতিবাদ আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.