ETV Bharat / state

বিশ্বনাথত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আম আদমী পাৰ্টীৰ

সম্পূৰ্ণ ৰূপে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰা ক্ষেত্ৰত ব্যৰ্থ হৈছে চৰকাৰ । চৰকাৰৰ খনে যোৱা ৫ টা বছৰে কোনো নিবনুৱা সমস্যাৰ সমাধান কৰিব পৰা নাই ৷ এই দাবী তুলি ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বিশ্বনাথতো প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে ৷

author img

By

Published : Oct 31, 2020, 10:33 PM IST

aap protest at biswanath
aap protest at biswanath

বিশ্বনাথ, ৩১ অক্টোবৰ : ৰাজ্যত এতিয়া জুই চাই দাম আলু, পিয়াজৰ । প্ৰতি কিলোগ্ৰাম আলুৰ মূল্য ৪৫ পৰা ৫০ টকা আৰু প্ৰতি কিলো পিয়াজৰ মূল্য ৮০ পৰা ৮৫ টকা হৈছে গৈ ৰাজ্য বজাৰত ৷ একমাত্ৰ আলু-পিয়াজৰেই যে মূল্য বৃদ্ধি হৈছে সেইটো নহয়, অধিকাংশ অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় ভাৱে মূল্য বৃদ্ধি ঘটিছে ৰাজ্যত । সম্পূৰ্ণ ৰূপে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰা ক্ষেত্ৰত ব্যৰ্থ হৈছে চৰকাৰ । এই দাবী তুলি ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বিশ্বনাথতো প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে ৷

চৰকাৰৰ খনে যোৱা ৫ টা বছৰে কোনো নিবনুৱা সমস্যাৰ সমাধান নকৰাৰ অভিযোগ কোলে দলটোৱে ৷ শনিবাৰে এই সমস্যা সমুহ সমাধানৰ দাবীত আম আদমী পাৰ্টী, বিশ্বনাথ জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে বিশ্বনাথ উপায়ুক্তৰ কাৰ্যালয় সন্মুখত । প্ৰতিবাদৰ পাচত বিশ্বনাথৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : সীমা বিবাদ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই মিজোৰামে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.