ETV Bharat / state

গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চ’চাইটিৰ উদ্যোগত বাঁহ শিল্পৰ কৰ্মশালা - কৰ্মশালা

বিশ্বনাথত গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চ’চাইটিৰ উদ্যোগত এদিনীয়াকৈ বাঁহ শিল্পৰ কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানত অঞ্চলটোৰ বহু মহিলাক বাঁহ শিল্পৰ ওপৰত কৰ্মশালা প্ৰদান কৰা হয় ৷

A workshop on handicrafts is held at Bishwanath
বিশ্বনাথত অনুষ্ঠিত হয় বাঁহ শিল্পৰ কৰ্মশালা
author img

By

Published : Sep 21, 2020, 10:36 AM IST

বিশ্বনাথ,21ছেপ্টেম্বৰ: দেওবাৰে বিশ্বনাথৰ বিহালী সমষ্টিৰ অন্তৰ্গত বৰজাৰণী-ভৰালিজুলিৰ হেম্ফু লক্ষীমণ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় এদিনীয়াকৈ বাঁহ শিল্পৰ কৰ্মশালা ৷ গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চ’চাইটিৰ উদ্যোগত অনুষ্ঠিত হয় এই কৰ্মশালা ৷ অনুষ্ঠানটোত ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বেম্বো লেডী নীৰা শৰ্মাই অঞ্চলটোৰ মহিলা সকলক বাঁহ শিল্পৰ ওপৰত কৰ্মশালা প্ৰদান কৰে । কৰ্মশালাত গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চ'চাইটিৰ সঞ্চালিকা স্নিগ্ধা গোস্বামী হাজৰিকাই অনুষ্ঠানখনৰ আঁত ধৰে আৰু সঞ্চালক কিশোৰ হাজৰিকাই সঞ্চালনা কৰে ৷

A workshop on handicrafts is held at Bishwanath
বিশ্বনাথত অনুষ্ঠিত হয় বাঁহ শিল্পৰ কৰ্মশালা
বিশ্বনাথত অনুষ্ঠিত হয় বাঁহ শিল্পৰ কৰ্মশালা

অন্য এক খবৰৰ বাবে: ৰাজ্যত কৰ'ণা আক্ৰান্তৰ সংখ্যা 1,56,680 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.