ETV Bharat / state

গহপুৰৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৫ জন আৰক্ষী জোৱান

গহপুৰৰ পুৰুপবাৰীত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা (Road accident at Gohpur)৷ আলট্ৰা বাছ আৰু আৰক্ষীৰ বলেৰ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত 5 গৰাকী আৰক্ষী গুৰুতৰভাৱে আহত হয় (Police personals injured in bus accident at Gohpur )৷

author img

By

Published : Aug 28, 2022, 9:24 AM IST

Updated : Aug 28, 2022, 10:03 AM IST

Gohpur accident police
গহপুৰৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৫ জন আৰক্ষী

বিশ্বনাথ, ২৮ আগষ্ট : গহপুৰ পুৰুপবাৰীত ভয়ংকৰ দুৰ্ঘটনাৰ সংঘটনা সংঘটিত হয় (Gohpur road accident )৷ দেওবাৰে পুৱা আলট্ৰা বাছ আৰু আৰক্ষীৰ বলেৰ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত 5 গৰাকী আৰক্ষী গুৰুতৰভাৱে আহত হয় (Police personals injured in bus accident) ৷

আজি ৰাজ্যজুৰি অনুষ্ঠিত হোৱা অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত পৰীক্ষাৰ্থী কঢ়িয়াই লৈ গৈছিল AS 07 C 7721 আলট্ৰা বাছখনে ৷ ইফালে পৰীক্ষা কেন্দ্ৰৰ কৰ্তব্যৰ বাবে আহি আছিল AS12 AB 8358 নম্বৰৰ আৰক্ষীৰ বলেৰ’ বাহনখন ৷

গহপুৰৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৫ জন আৰক্ষী জোৱান

এই দুৰ্ঘটনাত ভাঙি চুৰমাৰ হৈ যায় আৰক্ষীৰ বলেৰ’ বাহনখন ৷ লগে লগে স্থানীয় লোকৰ সহায়েৰে গুৰুত্বৰভাৱে আহত আৰক্ষী সকলক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে ৷ দুৰ্ঘটনাগ্ৰস্ত আৰক্ষীসকল বিশ্বনাথৰ বুলি জানিব পৰা গৈছে ৷

আনহাতে আলট্ৰা বাহনখনৰ পৰীক্ষাৰ পৰীক্ষাৰ্থী সকলক আনএখন বাহনত পঠিয়াই দিয়াৰ ব্যৱস্থা কৰে প্ৰশাসনে ৷

লগতে পঢ়ক: তেজপুৰ চহৰত গজৰাজৰ সন্ত্ৰাস

Last Updated : Aug 28, 2022, 10:03 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.