ETV Bharat / state

বিশ্বনাথত ছাত্ৰ-ছাত্ৰীৰ 15নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

author img

By

Published : Oct 19, 2019, 11:57 PM IST

চৰকাৰক অতি শীঘ্ৰে বিধস্ত ঘাইপথ মেৰামতিৰ দাবীৰে পূৱ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে হাতত ললে পথ অৱৰোধ কাৰ্যসূচী ৷

বিশ্বনাথত ছাত্ৰ-ছাত্ৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

বিশ্বনাথ,19 অক্টোবৰ: শনিবাৰে বিশ্বনাথৰ বেদেতিত 15নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে পূৱ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৷ বিশ্বনাথৰ মাজেৰে পাৰ যোৱা তথা বৰ্তমান বিধস্ত অৱস্থাত থকা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অতি সোনকালে মেৰামতি কৰি যাতায়ত ব্যৱস্থা সূচল কৰাৰ দাবীৰে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে উত্তাল কৰি তোলে বিশ্বনাথৰ বিহালীৰ ৰাজপথ ৷ প্ৰতিবাদকালত ছাত্ৰ ছাত্ৰীসকলে "ঘাইপথ নিৰ্মাণেৰে পথাচাৰীৰ জীৱন ৰক্ষা কৰক","ঘাইপথ নিৰ্মাণ খৰতকীয়া কৰক","ৰাজ্য চৰকাৰ হায়-হায় উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৱশেষত প্ৰতিবাদস্থলীত হেলেমৰ চক্ৰবিষয়া বিমান দাস উপস্থিত হৈ ছাত্ৰ একতা সভাৰ উপায়ুক্তলৈ দাবী সম্বলিত স্মাৰক পত্ৰ গ্ৰহণ কৰাত এই ঘাইপথ অৱৰোধ কাৰ্যসূচীৰ সমাপ্তি ঘটে ৷

Intro:15 NATIONAL HIGHWAY BLOCK BY STUDENTS
Body:15 NATIONAL HIGHWAY BLOCK BY STUDENTS
Conclusion: 15 NATIONAL HIGHWAY BLOCK BY STUDENTS
বিশ্বনাথৰ বেদেতীত ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথ অৱৰোধ শতাধিক ছাত্ৰ ছাত্ৰীৰ ৷

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত পূৱ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ পথ অৱৰোধ ৷

অৱৰোধ কালচোৱাত ছাত্ৰ ছাত্ৰী সকলে ঘাইপথ অতি সোনকালে মেৰামতি কৰি যাতায়ত সূচল কৰক, ঘাইপথ নিৰ্মাণেৰে পথাচাৰীৰ জীৱন ৰক্ষা কৰক, ঘাইপথ নিৰ্মাণ খৰতকীয়া কৰক আদি বিভিন্ন শ্লোগানাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
অৱশেষত হেলেমৰ ৰাজহ চক্ৰ বিষয়া বিমান দাসৰ জৰিয়তে জিলা উপায়ুক্তলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ছাত্ৰ একতা সভাই ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.