ETV Bharat / state

বিশ্বনাথত দহটা অঞ্চলক কন্টেইনমেন্ট জ'নৰ পৰা প্ৰত্যাহাৰ - biswanath

জিলাখনত ক’ভিড-১৯ৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থতে ইতিপূৰ্ৱে ক’ভিড-১৯ত আক্ৰান্ত হোৱা ব্যক্তি কেইগৰাকী আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা উল্লেখিত এলেকাসমূহত বিশ্বনাথ জিলা প্ৰশাসনে তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছিল ৷ এতিয়া আক্ৰান্ত লোক সকল সুস্থ হৈ উঠাত অঞ্চলকেইটাক কন্টেইনমেন্ট জ'নৰ পৰা মুক্ত কৰিছে ৷

কন্টেইনমেন্ট জ'নৰ পৰা প্ৰত্যাহাৰ
কন্টেইনমেন্ট জ'নৰ পৰা প্ৰত্যাহাৰ
author img

By

Published : Jul 21, 2020, 5:37 PM IST

বিশ্বনাথ, 21 জুলাইঃ বিশ্বনাথ প্ৰশাসনে 10 টা এলেকাৰ পৰা প্ৰত্যাহাৰ কৰিছে কন্টেইনমেন্ট জ'ন ঘোষণাৰ নিৰ্দেশ ৷ উল্লেখ্য যে, জিলাখনত কিছুদিনপূৰ্বে ক’ভিড 19 ত আক্ৰান্ত হোৱা লোক কেইজন আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলৰ এলেকা সমূহক প্ৰশাসনে কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল ৷ সম্প্ৰতি লোক কেইজন সুস্থ হৈ উঠাৰ পাচত স্বাস্থ্য বিভাগৰ নিয়মাৱলী অনুসৰি এলেকা কেইটাক কণ্টেইনমেন্ট জ’নৰ পৰা মুক্ত কৰা হৈছে ৷

বিশ্বনাথৰ জিলা দণ্ডাধীশে ২০ জুলাইত পৃথকে পৃথকে জাৰি কৰা আদেশ অনুসৰি প্ৰত্যাহাৰ কৰা কন্টেইনমেন্ট জ'ন সমূহ হৈছে -

  • বিশ্বনাথ চাৰিআলি জয় ভাৰত চেলুন আৰু পেৰিছ বিউটি পাৰ্লাৰ,
  • বিশ্বনাথৰ হৰি প্ৰসাদ ঠাকুৰৰ দোকান, ৩
  • বিশ্বনাথৰ সঞ্জয় ঠাকুৰৰ গৃহ, ৪
  • বিশ্বনাথৰ শান্তিপুৰস্হিত বিজয় শংকৰ দাসৰ গৃহ এলেকা,
  • বিশ্বনাথৰ দীপ ভুঞাৰ গৃহ এলেকা,
  • বিশ্বনাথৰ শ্যাম সুন্দৰ হেদাৰ গৃহ এলেকা,
  • বিশ্বনাথৰ নাম বাঘমৰাস্থিত মোহন শৰ্মা, শৰৎ শৰ্মা, সঞ্জীৱ শৰ্মা আৰু ৰূপক শৰ্মাৰ গৃহ এলেকা,
  • বিশ্বনাথৰ জয় গুপ্তাৰ গৃহ এলেকা,
  • জয় গুপ্তাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু
  • বিশ্বনাথৰ দেবেন্দ্ৰ কুমাৰৰ গৃহ এলেকা ৷

উল্লেখযোগ্য যে,জিলাখনত ক’ভিড-১৯ৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থতে ইতিপূৰ্ৱে ক’ভিড-১৯ত আক্ৰান্ত হোৱা ব্যক্তি কেইগৰাকী আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা উল্লেখিত এলেকাসমূহত বিশ্বনাথ জিলা প্ৰশাসনে তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ'ন ঘোষনা কৰিছিল ৷ আক্ৰান্ত ব্যক্তি কেইগৰাকী সুস্থ হৈ উঠাত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ২১ মাৰ্চ, ২০২০ ৰ এইচ. এল. এ. ২৭০/২০২০/৩৩ নম্বৰৰ জাননীৰ ১৩ নম্বৰৰ নিয়মাৱলী অনুসৰি প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছে ৷

লগতে পঢ়কঃ অখিল গগৈৰ মুক্তিৰ দাবীত অৰ্ধ উলংগ হৈ প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.