ETV Bharat / state

CAA বাতিল হ'লেহে দাড়ি কাটিব জুবিন গাৰ্গে

বৰপেটাৰ বহৰিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে CAA ৰ বিৰোধিতাৰে প্ৰকাশ কৰিলে বিভিন্ন মন্তব্য ৷

author img

By

Published : Jan 19, 2020, 1:05 PM IST

বৰপেটাৰ বহৰি
বৰপেটাৰ বহৰি

বৰপেটা, 19 জানুৱাৰীঃ বৰপেটাৰ বহৰিত 'প্যান্থাৰ ক্লাৱ'ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি সংগীত পৰিৱেশনৰ মাজতে CAA ক লৈ নিজৰ বিভিন্ন মত প্ৰকাশ কৰিলে শিল্পী গৰাকীয়ে ৷

CAA বাতিল হ'লেহে দাড়ি কাটিম : জুবিন গাৰ্গ

লগতে পঢ়কঃ অৰুণাচল প্ৰদেশৰ ছিজুচাত ‘পাকে পাগা’ উৎসৱ

বৰপেটা, 19 জানুৱাৰীঃ বৰপেটাৰ বহৰিত 'প্যান্থাৰ ক্লাৱ'ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি সংগীত পৰিৱেশনৰ মাজতে CAA ক লৈ নিজৰ বিভিন্ন মত প্ৰকাশ কৰিলে শিল্পী গৰাকীয়ে ৷

CAA বাতিল হ'লেহে দাড়ি কাটিম : জুবিন গাৰ্গ

লগতে পঢ়কঃ অৰুণাচল প্ৰদেশৰ ছিজুচাত ‘পাকে পাগা’ উৎসৱ

Intro:
বৰপেটা ১৯ জানুৱাৰী: বহৰিত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ৷
বহৰিৰ ' প্যান্থাৰ ক্লাৱ' ৰ ৰূপালী জয়ন্তী উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত অংশ ল'লে জুবিন গাৰ্গে ।জুবিনৰ মন্তব্য----

Body:# জ়়য় আই অসম, সদায় থাকিব লাগিব ৷ চিৰদিন চিৰকাল।
# জুবিন বুঢ়া হৈছে দাড়ি পকি গৈছে ৷ বিপ্লব কৰি কৰি দাড়ি পকি গৈছে ৷ কা বাতিল হলেহে দাড়ি কাটিম ৷
# মন্ত্ৰী মহোদয়ে কিবা কিবি কৈ আছে ৷ আমি কিন্তু শুদ্ধ কথাটো কৈ আছো ৷ বিজেপিৰ পইচা,আছে বাকী একো নাই ৷ পইচাৰ ওচৰত চব কথা নচলে ৷ মোডী, অমিত শ্বাহে আমাক কি বুজি পাব ৷ কা নে কি নাজানো, কা বিপ্লবৰ আগতে বনাইছিলো ৷

# জয় আই অসম টু আৰাম্ভ কৰিছিলো হে, এই কা কা কা আহিলেই ৷
# কংগ্ৰেছ বিজেপি চৰকাৰৰ কাম নাই ৷ এজিপিৰ টো কামে নাই
# ৩১ তাৰিখে বিষ্ণু ৰাভাৰ জন্মদিন পাতিম ৷ টংলাত ৷
# বিপ্লব তেজত থাকে ৰাস্তাত নাথাকে ৷
# জয় আই অসম, বন্দে মাতৰম
# হিন্দী গান গাবলৈ সময় নোপোৱা হলো ৷ অসমলৈ আহিলে অশান্তি ৷ কে ওলাব বে ওলাব ৷ মোক বোম্বে নেলাগে, মোক আপোনালোকক লাগে ৷
# আজি বহু দিনৰ মূৰত মিডিয়াই ভাল পাইছে ৷ মিডিয়াক ধন্যবাদ আমাক চাপোৰ্ট দিছে ৷ হিমন্ত দাকো দিছে, সৰ্বাদাকো দিছে ৷ মই বছৰটোত বাৰশ মান প্ৰগ্ৰেম কৰো ৷ আমাৰ ভূপেন হাজৰিকাৰ ঘৰটো আমাৰ এই কেইজনে ৰাখিব নোৱাৰিলে মমতা দিদিয়ে ৰাখি দিলে ৷ মোৰ চবৰে লগত ভাল, হিমন্ত দাৰ লগতো ভাল সৰ্বাদাৰ লগতো ভাল ৷ মই বিশ টকা লৈয়ো চলো বিশ লাখ লৈয়ো চলো ৷ মই ভাতসাজ খাব পালে হ'ল ৷
# এইকেইদিন যে টক শ্ব হৈছে, মই নাযাও, মই ষ্ট্ৰেইট কথা কও ৷ মন্ত্ৰী এমেলে মিছা কথা কয় ৷ বিজেপিক ফালিম ৷ ষ্টেজ খনেই মোৰ অস্ত্ৰ ৷ পলিটিকেল পাৰ্টিৰ কথাটো যে ওলাই আছে, সেইটো নহয় ৷ মই পলিটিক্সত নাযাও ৷ মই বিজেপি ও নহও, কংগ্ৰেছো নহও, এজিপি ও নহও ৷ নতুন পাৰ্টি হ'লেও মই সেইটো নহও ৷
# আজি কালি বিহু নোলায় ৷ এইবাৰ অন্তত কেইজন মান প্ৰডিউচাৰ আহিছিল ৷ কিন্তু চব ফালে অশান্তি ৷
# বিপ্লবী সত্তা জীয়াই ৰাখিব লাগিব, অসমীয়া হিচাপে

Conclusion:--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.