ETV Bharat / state

দুদিন ধৰি ব্যাহত বিএছএনএল সেৱা - সেৱা ব্যাহত

পাহাৰীয়া ডিমা হাচাও জিলাত বিগত দুদিন ধৰি ব্যাহত হৈ আছে চৰকাৰী টেলিফোন সেৱা ৷ ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ নেটৱৰ্কে বিগত দুদিন ধৰি জিলাখনত হাৰাশাস্তি কৰি আহিছে গ্ৰাহকক ৷

ডিমা হাছাও জিলাত বি এছ এন এল পৰিছেৱা দুদিনৰ পৰা বিপৰ্যস্ত
author img

By

Published : Jun 9, 2019, 6:23 PM IST

ডিমা হাছাও ৯ জুনঃ ডিমা হাছাও জিলাত দুদিন ধৰি ব্যাহত হৈ আছে বিএছএনএলৰ পৰিসেৱা । শনিবাৰৰ ৰাতিৰ পৰা গোটেই পাহাৰীয়া জিলাখনত বিএছএনএল পৰিসেৱা ব্যাহত হৈ পৰাৰ কাৰণে ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ।

অধিক পঢ়কঃ বিলাসীপাৰাত পথ দুৰ্ঘটনাত চাৰিজনৰ মৃত্যুঃ উত্তপ্ত পৰিস্থিতি

ইয়াৰ ফলতে জিলাখনত ব্যাহত হৈ পৰিছে ইণ্টাৰনেট পৰিসেৱাও । বিগত কিছু দিনৰ পৰাই জিলাখনত গ্ৰাহক ৰাইজে এইদৰে সমস্যাৰ সন্মুখীন হৈ আহিছে ৷

ডিমা হাছাও জিলাত বি এছ এন এল পৰিছেৱা দুদিনৰ পৰা বিপৰ্যস্ত

ডিজিটেল ইণ্ডিয়াত এতিয়া এইদৰে মৃত্যুঘন্টা বাজিছে চৰকাৰী পৰিসেৱাৰ ৷ আনহাতে এই সেৱা কেতিয়ালৈকে সুচল হৈ উঠিব সেয়া বিএছএনএল কৰ্তৃপক্ষয়ো ক'ব পৰা নাই । পাৱাৰ প্লাণ্ট বিকল হৈ পৰাৰ ফলতে এইদৰে পৰিসেৱা ব্যাহত হৈ পৰিছে বুলি বিএছএনএল কৰ্তৃপক্ষই সদৰী কৰিছে ৷

Intro:ডিমা হাছাও ৯ জুন: ডিমা হাছাও জিলাত বি এছ এন এলৰ পৰিছেৱা ব্যাহত। শনিবাৰ ৰাতিৰ পৰা গোটেই পাহাৰীয়া জিলাখনত বি এছ এন এলৰ পৰিছেৱা ব্যাহত হৈ পৰাৰ কাৰণে ৰাইজৰ মাজত হাহাকাৰ সৃষ্ট হৈছে। বি এছ এন এলৰ মোবাইল পৰিছেৱাৰ লগতে ইণ্টাৰনেট পৰিছেবা ব্যাহত হৈ পৰে।Body:বিগত কিছু দিনৰ পৰা ডিমা হাছাও জিলাত বি এছ এন এলৰ মোবাইল পৰিছেবা ব্যাহত হৈ আছে। শনিবাৰ ৰাতিৰ পৰা গোটেই পাহাৰীয়া জিলাখনত বি এছ এন এল মোবাইল পৰিছেবা ও ইণ্টাৰনেট পৰিছেবা বন্ধ হৈ পৰাৰ ফলত গ্ৰাহক সকলোৰ মাজত হাহাকাৰৰ সৃষ্ট হৈছে।Conclusion:ডিজিটেল ইণ্ডিয়াৰ সপোন দেখা দেশবাসী এতিয়া নিজৰ পৰিছেৱাৰ পৰা বঞ্চিত। কেতিয়া বি এছ এন এল পৰিছেবা সুচল হৈ উঠিবো সেয়া লৈ বি এছ এন এল কৰ্তৃপক্ষ একো কোৱা পৰা নাই। পাওয়াৰ প্লেণ্ট বিকল হৈ পৰাৰ ফলত বি এছ এন এল পৰিছেবা বিপৰ্যস্ত হৈ পৰে বুলি কৰ্তৃপক্ষই জানিব লৈ দিয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.